• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

3 years ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

3 minutes ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

1 hour ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

2 hours ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

3 hours ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

3 hours ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

4 hours ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

5 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

6 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

15 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

16 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

editor by editor
December 22, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…
0
SHARES
26.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিয়া বা কোনো সামাজিক অনুষ্ঠানত ফুল-বেলুন আদি দি ঘৰ বা ভৱন সজোৱা হয়। এয়া পৃথিৱীৰ যি দেশতেই নহওক কিয় সকলোতে একেই। কিন্তু বাংলাদেশৰ এখন হাস্পতাল সজোৱা হ’ল কণ্ডমেৰে। সেয়াও এলাপেছা দিনত নহয়। বাংলাদেশৰ বিজয় উৎসৱত দেখা গ’ল এই দৃশ্য। এই ঘটনাৰ ছবি এতিয়া সমগ্ৰ বিশ্বজুৰি ভাইৰেল।
প্ৰকাশিত তথ্যমতে বাংলাদেশৰ বিজয় উৎসৱত ঢাকাৰ পৰা ৭৫ কিঃমিঃ দূৰত্বত অৱস্থিত এখন জিলা শৰিচপুৰৰ সদৰ হাস্পতালত দেখা গৈছে সেই ছবি। ছবিত দেখা অনুসৰি সজোৱাৰ বাবে বেলুনৰ সলনি হাস্পতালখনে ব্যৱহাৰ কৰিছে কণ্ডম।

অৱশ্যে এই ছবি ভাইৰেল হৈ পৰাৰ পাছতেই সদৰ হাস্পতালখনৰ বিৰুদ্ধে বহুতেই অভিযোগনামাও দাখিল কৰিছে। অভিযোগনামাৰ ভিত্তিতেই তদন্ত কমিটি গঠন কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সময়ত হাস্পতালত উপস্থিত থকা জৰুৰী বিভাগৰ নাৰ্ছ ইনচাৰ্জ ৰেজাউল কৰিমক বৰ্খাস্ত কৰিছে হাস্পতাল কৰ্তৃপক্ষই। বৰ্খাস্ত কৰাৰ পাছতেই এই কাৰ্যৰ বাবে ৰেজাউলে ক্ষমা বিচাৰিছে।

আনহাতে একাংশ মুক্তিযুদ্ধাৰ পৰিয়ালে এই ঘটনাক ধিক্কাৰ দি কয় যে এই কাৰ্যকলাপেৰে মুক্তিযুদ্ধাক অপমান কৰা হৈছে। এই ঘটনাত জড়িতসকলৰো উচিত শাস্তি বিচাৰিছে মুক্তিযু্দ্ধাৰ পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!
জীৱনশৈলী

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

June 3, 2026
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক
জীৱনশৈলী

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

June 3, 2026
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!
জীৱনশৈলী

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

June 3, 2026
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন
জীৱনশৈলী

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

June 3, 2026
Next Post
দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.