• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…

এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…

4 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

4 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

5 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

5 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

6 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

6 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

7 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

9 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

9 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

10 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

11 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

12 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…

editor by editor
December 22, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব
0
এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…
0
SHARES
14.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লিওনেল মেছি। বিশ্বত এই নামটো নজনা মানুহ হয়তো নায়েই। পৃথককৈ মেছিক পৰিচয় কৰাই দিয়াৰো প্ৰয়োজন নাই। ডিয়েগো মাৰাডোনাৰ পাছত আৰ্জেণ্টিনাৰ ফুটবল দলক আগুৱাই নিছে মেছিয়ে। মেছিৰ দুভৰিৰ যাদুত মুগ্ধ বিশ্ববাসী। মেছিৰ খেলৰ বৰ্ণনা আমি পৃথককৈ দিবলৈ নাযাও কিয়নো সেই বিষয়ে নজনা মানুহ বিশ্বত আছে বুলি কোনেও হয়তো নাভাৱে। মেছিৰ জীৱনৰ এই দিশটো হয়তো বহুতেই নাজানে। ২০২২ৰ কাটাৰ বিশ্বকাপত লিওনেল মেছিক মুঠ কিমান জাৰ্ছী প্ৰদান কৰা হৈছিল জানেনে? এজন চেলিব্ৰিটি ফুটবলাৰৰ বাবে এয়া তেনেই সাধাৰণ হ’লেও মেছিৰ জাৰ্ছী অন্য খেলুৱৈতকৈ বহু বেছি। মেছিয়ে ২০২২ ৰ বিশ্বকাপত পিন্ধিবৰ বাবেই তৈয়াৰ কৰা হৈছিল ৩০০ জাৰ্ছী।

কাটাৰত প্ৰথমে আৰ্জেণ্টিনা দলৰ পাৰফৰ্মেন্সক লৈ হতাশ হৈছিল ফুটবলপ্ৰেমী। কিন্তু পাছলৈ খেল সলনি হ’ল। মেছিয়ে দেখুৱালে খেল। এখন মেছৰ বাবে এজন খেলুৱৈক দিয়া হয় ৩টা জাৰ্ছী। কিন্তু মেছিক দিয়া হৈছিল ৩০০ জাৰ্ছী। ‘বিশ্বকাপত আৰ্জেণ্টিনা দলটোক প্ৰথম দুখন মেছৰ বাবে তৈয়াৰ কৰা হৈছিল ৬০০ জাৰ্ছী। ইয়াত মেছিক ধৰা হোৱা নাছিল। মেছৰ বাবেই পৃথককৈ তৈয়াৰ হৈছিল ৩০০ জাৰ্ছী। মেছিক প্ৰয়োজনো হয় এইখিনি জাৰ্ছীৰ। ফুটবলত প্ৰত্যেকখন মেছৰ অন্ততেই বিপৰীতে থকা দলটোৰ সৈতে জাৰ্ছী সলনি কৰাটো এক পৰম্পৰা। ইয়াৰোপৰি অনুৰাগীয়েও প্ৰিয় খেলুৱৈৰ জাৰ্ছী বিচাৰে। প্ৰত্যেকখন খেলৰ শেষতেই শেষ হয় মেছিৰো জাৰ্ছী। এইবাৰো মেছিক প্ৰদান কৰা সকলো জাৰ্ছীয়েই মেছিয়ে অনুৰাগীক প্ৰদান কৰা বুলি বিশ্বকাপ আয়োজক দেশ কাটাৰৰ এক সংবাদ মাধ্যমে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.