• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে…

বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে…

3 years ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

12 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

13 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

13 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

14 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

15 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

16 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

16 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

17 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

17 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

18 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

19 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে…

editor by editor
December 4, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। কেমোথেৰাপী দি থকা পেলেক লাইফ কেয়াৰ চাপৰ্টত ৰখা বুলি এক সুত্ৰই প্ৰকাশ কৰিছে। পেলেৰ ৰোগাক্ৰান্ত দেহাই কেমোথেৰাপীৰ প্ৰতি সঁহাৰি নিদিয়াত তেওঁক লাইফ কেয়াৰ চাপৰ্টত ৰখা হৈছে। নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতালখনত উপস্থিত হোৱাৰ পিছতে পেলেক হাস্পতাল কৰ্তৃপক্ষই বিশেষ চিকিৎসা প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে ব্ৰাজিলৰ এক সংবাদমাধ্যমে।

ব্ৰাজিলৰ চাওপাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত চিকিৎসা চলি আছে পেলেৰ। ব্ৰাজিলৰ তিনিবাৰৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য পেলে ক’ল’ন কৰ্কটত আক্ৰান্ত। শেহতীয়াকৈ পেলেৰ দেহত অত্যন্ত বিষ হোৱাৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!
জীৱনশৈলী

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

April 29, 2026
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!
জীৱনশৈলী

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

April 29, 2026
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!
জীৱনশৈলী

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

April 29, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
Next Post
মুখ্যমন্ত্ৰীয়ে কৈছে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি বিচাৰি নাথাকিব, নিজে ১০ জনক কৰ্মসংস্থাপন দিয়াকৈ স্বনিৰ্ভৰ হোৱাৰহে কথা চিন্তা কৰক…

মুখ্যমন্ত্ৰীয়ে কৈছে, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি বিচাৰি নাথাকিব, নিজে ১০ জনক কৰ্মসংস্থাপন দিয়াকৈ স্বনিৰ্ভৰ হোৱাৰহে কথা চিন্তা কৰক...

চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.