• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ…

ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ…

4 years ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

8 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

9 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

10 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

10 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

11 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

11 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

13 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

13 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

14 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

15 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

16 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ…

editor by editor
December 11, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ…
0
SHARES
763
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাটাৰ বিশ্বকাপত যৌনতা সম্পূৰ্ণৰূপে নিষিদ্ধ। বিগত বিশ্বকাপসমূহলৈ যদি উভতি চোৱা যায় দেখা যায় যৌনতাৰ সৈতে ফিফাৰ সম্পৰ্ক বহু পুৰণি। ২০১৮ চনৰ বিশ্বকাপলৈ যদি চাওঁ তেন্তে ৰাছিয়া আৰু চৌদি আৰবৰ মাজত অনুষ্ঠিত খেলত হৈছিল বিশেষ ঘটনা। ৰাছিয়া আৰু চৌদি আৰৱৰ মাজত অনুষ্ঠিত এইখন খেলত দৰ্শক হিচাপে উপস্থিত আছিল মডেল নাটালিয়া নেমচিনোভা। পেছাত মডেল আৰু পর্ণ জগতৰ নায়িকা হিচাপে সকলোৰে চিনাকি মুখ নাটালিয়া।

ৰাছিয়াৰ সমৰ্থনত নিজৰ জাৰ্চি খুলি অংগ প্ৰদৰ্শন কৰি ৰাছিয়াৰ সমৰ্থনত পতাকা উৰুৱাইছিল নাটালিয়াই। বিশ্বকাপ হওক বা ইউৰোৰ খেলপথাৰেই হওক, দৰ্শকৰ মাজত বহি বহু নামী দামী তাৰকাই এইদৰে অংগ প্ৰদৰ্শন কৰিছে। ২০১৮ চনৰ সেই খেলপথাৰত লিয়নেল মেছি বা নেইমাৰে তেওঁলোকৰ ফালে দৃষ্টি দিছিল। সমৰ্থনৰ নামত তেঁওলোকে নিজৰ জাৰ্চি খুলিছে। আন বহুতেই আকৌ নিজ দেশৰ পতাকা আণ্ডাৰৱেৰত আঁকি দেখুৱাইছিল।

এই প্ৰসঙ্গত নাটালিয়াই দাবী কৰিছিল যে মডেলিং হৈছে তেওঁৰ পেছা, তেঁও কোনো ব্লু ফিল্মত অভিনয় কৰা নাই। কিন্তু নাটালিয়াৰ এই কাৰ্যকলাপত বহুতেই আপত্তি দৰ্শাইছিল। টেবলয়ডৰ গোটেই পৃষ্ঠা নাটালিয়াৰ ফটোৰে ভৰি পৰিছিল। খেলপথাৰত নিজৰ অংগ প্ৰদৰ্শন কৰি দেহত সমৰ্থনকাৰী দেশৰ পতাকাৰ ছবি আঁকি দৰ্শকৰ আগত বিখ্যাত হবলৈ চেষ্টা কৰাটো আজি কালি সকলোৱে ট্ৰেণ্ড হিচাপে লৈছে। কিন্তু কাটাৰ বিশ্বকাপত এইসমূহ কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰাৰ বাবে এইবাৰ তেনে কোনো কাৰ্যকলাপ বৰ্তমানলৈ সংঘটিত হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা
বিনোদন

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

June 19, 2026
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!
জীৱনশৈলী

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

June 19, 2026
Next Post
বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…

বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ...

সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…

সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.