• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

4 months ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

4 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

4 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

5 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

6 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

7 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

7 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

8 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

8 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

9 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

editor by editor
June 4, 2026
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, লেখা
0
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
0
SHARES
742
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেটাৰসকলৰ সৈতে বলিউড নায়িকাৰ প্ৰেমৰ সম্পৰ্কৰ কথাবোৰ নতুন নহয়৷ মনসুৰ আলি খান পতৌদি-শৰ্মিলা ঠাকুৰ, মহম্মদ আজহাৰউদ্দিন-সংগীতা বিজলানি, বিৰাট কোহলি-অনুষ্কা শৰ্মাই ইয়াৰ একোটা উদাহৰণ৷ জনা গৈছে ইয়াৰ ব্যতিক্ৰম নাছিল কপিল দেৱো৷ বিবাহৰ পূৰ্বে এগৰাকী অভিনেত্ৰীৰ প্ৰেমত ডুবিছিল ভাৰতৰ প্ৰথম বিশ্বকাপজয়ী অধিনায়ক৷

১৯৮০ চনত ৰোমি ভাটিয়াৰ সৈয়ে বিবাহপাশত আৱদ্ধ হৈছে কপিল দেৱ৷ তেওঁলোকৰ এই সুখৰ সংসাৰ আৰম্ভ হোৱাৰ পূৰ্বে কপিল দেৱে মন দিছিল বলীউড নায়িকা চাৰিকা ঠাকুৰক৷ তেওঁৰ সৈতে অৱশ্যে কপিল দেৱৰ সম্পৰ্ক স্থায়ী নহ’ল৷ কম দিনতেই ভাঙি যায় তেওঁলোকৰ প্ৰেম৷ কিন্তু দুয়োৱে দুয়োকে মনৰ পৰা মচি দিব নোৱাৰিলে৷ আকৌ সম্পৰ্কত আহে দুয়ো৷

ৰোমিৰ সৈতে বন্ধুত্ব হোৱাৰ পাছতেই মনোজ কুমাৰৰ পত্নীৰ মধ্যস্থতাৰ চাৰিকাৰ সৈতে পুনৰ যোগাযোগ হৈছিল কপিলৰ৷ তৈয়াৰ হয় নতুন সমীকৰণ৷ দ্বিতীয়বাৰ জোৰা লাগে তেওঁলোকৰ সম্পৰ্ক৷ তেতিয়াই দূৰত্ব বৃদ্ধি হয় কপিল ৰোমিৰ মাজত৷ চাৰিকাক বিবাহৰ সিদ্ধান্ত লয় কপিলে৷ পিতৃ-মাতৃৰ সৈতে অভিনেত্ৰীৰ পৰিচয়ো কৰাই দিয়ে৷ সকলো ঠিকেঠাকেই চলিছিল৷ তেতিয়াই হঠাৎ ছন্দপতন৷ সম্পৰ্কত আকৌ বিচ্ছেদ আহে৷ কিন্তু কিয় দুয়োৰে প্ৰেম বিচ্ছেদ হয় সেই কথা স্পষ্টকৈ আজিও প্ৰকাশ নকৰে কপিল দেৱে৷

কপিলৰ সৈতে সম্পৰ্ক ভাঙি যোৱাৰ দুখ পাহৰিবলৈ সময় লাগিছিল চাৰিকাৰ৷ কপিলক পাহৰিবলৈকে চিনেমাৰ কামত তেওঁ নিজকে মনোনিৱেশ কৰিছিল৷ প্ৰেম ভঙাৰ পিছৰ দুবছৰত তেওঁ ১৮ খন চিনেমাত অভিনয়ো কৰিছিল৷ ১৯৮৮ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয় কমল হাছানৰ সৈতে৷ অৱশ্যে বিবাহৰ পূৰ্বৰে পৰাই দুয়ো লিভ-ইন-ৰিলেছনশ্বিপতো আছিল৷ বিবাহৰ পূৰ্বেই ১৯৮৬ চনত তেওঁলোকৰ কোলালৈ আহিছিল প্ৰথম সন্তান শ্ৰুতি হাছান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.