• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

1 hour ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

2 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

3 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

5 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

6 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

6 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

7 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

8 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

9 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

editor by editor
September 30, 2024
in জীৱনশৈলী
0
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম, সম্পৰ্ক, যৌনতাক লৈ নৱপ্ৰজন্মই এতিয়া নানান এক্সপেৰিমেণ্ট চলাই আছে৷ তাৰ ভিতৰতেই এতিয়া সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে অপেন ৰিলেশ্বনচিপৰ প্ৰতি আগ্ৰহী লোকৰ সংখ্যা৷ অপেন ৰিলেশ্বনচিপ এতিয়া খুবেই জনপ্ৰিয় এক বিষয়৷ ইয়াক বহুতেই বহুগামীতা বুলিও ক’ব খোজে৷ কিন্তু কি এই অপেন ৰিলেশ্বনচিপ? কিয় এনে সম্পৰ্কৰ প্ৰতি আগ্ৰহী হৈ উঠিছে নৱপ্ৰজন্ম?

বিশেষজ্ঞৰ মত, ‘অপেন ৰিলেশ্বনচিপৰ অৰ্থ হৈছে এজনে আনজনৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সময়তে অন্য কাৰোবাক ভাল লাগিলে তেওঁৰ সৈতেও এক সম্পৰ্ক গঢ়ি তোলা৷ কিন্তু প্ৰথম সংগীয়ে এই কথা গোপনীয় কৰি নাৰাখি মুকলিকৈ দুয়োৱে সেই কথা আলোচনা কৰাৰ পৰিবেশ এটা সম্পৰ্কৰ মাজত গঢ়ি তোলা৷ অপেন ৰিলেশ্বনচিপৰ আৰু এটা দিশ হৈছে ইয়াত কোনো কমিটমেণ্ট নাথাকে৷ বৰং যিকোনো সময়ত যি সংগীক ভাল লাগে তেঁওক আঁকোৱালী লোৱা৷ ইয়াত পূৰ্বৰ সংগীয়ে কোনো আপত্তি দৰ্শোৱাৰ কথা নাথাকে৷’

কিয় এই অপেন ৰিলেশ্বনচিপ বৰ্তমান জনপ্ৰিয় হৈ পৰিছে?

মনোবিদে কৈছে, এই যুগত নৱপ্ৰজন্মৰ হাতত অপশ্বন বহু আছে৷ এই অপশ্বনৰ বাবেই সম্পৰ্ক এটাতেই আৱদ্ধ হৈ থাকিব নোখোজে আজিৰ প্ৰজন্মই৷ এজনৰ ওপৰত আনজন আৰ্থিকভাৱে নিৰ্ভৰশীলো নহয়৷ পুৰুষ মহিলা উভয়েই বৰ্তমান যুগত স্বাৱলম্বী৷ ইয়াৰোপৰি ছচিয়েস মিডিয়াৰ যুগত অবিশ্বাস অনিশ্চয়তাত ভূগা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ডেটিং এপসমূহ এতিয়া সহজলভ্য৷ বহু সময়ত কেৱল যৌনতাৰ বাবেই নহয়, চিন্তাভাৱনা আৰু ৰুচি মিলা মানুহৰো সন্ধান কৰে বহুজনে৷ এখিনি ভাল সময় কটাবলৈ সেয়ে বহুতেই এতিয়া অপেন ৰিলেশ্বনচিপৰ প্ৰতি আগ্ৰহী হৈ উঠা দেখা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব মাহৰ প্ৰথমটো দিন, আজি  বিয়লি বেলালৈ ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

দৈনিক ৰাশিফল- কেনে যাব মাহৰ প্ৰথমটো দিন, আজি  বিয়লি বেলালৈ ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

আজিৰ পৰা সলনি LPG গেছ, আধাৰ, পিপিএফৰ গুৰুত্বপূৰ্ণ নিয়ম, আৰ্থিক বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ

আজিৰ পৰা সলনি LPG গেছ, আধাৰ, পিপিএফৰ গুৰুত্বপূৰ্ণ নিয়ম, আৰ্থিক বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.