• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল

কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

30 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

2 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

6 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

7 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল

editor by editor
April 7, 2023
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাৰীৰিক সম্পৰ্ক গঢ়া বিষয়টোক লৈ মুখ নুখুলিবৰ বাবে পৰ্ণষ্টাৰক ধন দিয়াৰ অপৰাধত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আৰক্ষীয়ে জেৰা চলোৱা বিষয়টো সমগ্ৰতে চৰ্চা লাভ কৰিছে৷ আমেৰিকাৰ আইন অনুসৰি এনে কেছত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰ জে’ল হ’ব পাৰে৷ মঙলবাৰে ভাৰতীয় সময় নিশা ১২ বজাত নিউৱৰ্কৰ মেনহাটন আদালতত আত্মসমৰ্পন কৰিছে ট্ৰাম্পে৷

আত্মসমৰ্পণৰ পূৰ্বেই বিচাৰক হুয়ান মাৰচেনৰ নিৰ্দেশ মানি ট্ৰাম্পক জিম্মাত লৈছিল আৰক্ষীয়ে৷ পৰ্ণ তাৰকা ষ্টাৰ্মীক ১ লাখ ৩০ হাজাৰ ডলাৰ ধন দিয়াৰ অপৰাধতেই আৰক্ষীয়ে জিম্মাত লৈছিল ট্ৰাম্পক৷ ষ্টাৰ্মীয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুসৰি ২০০৬ চনত ট্ৰাম্পে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িছিল৷ তাৰপাছতেই ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে তেওঁক মুখ বন্ধ ৰাখিবলৈ এই ধন দিছিল ট্ৰাম্পে৷

ট্ৰাম্পৰ ব্যক্তিগত অধিবক্তা মাইকেল কোহেনে প্ৰকাশ কৰা অনুসৰি তেৱেই ট্ৰাম্পৰ হৈ ষ্টাৰ্মীক ধন দিবলৈ গৈছিল৷ কিন্তু ট্ৰাম্পে এই কথা প্ৰথমে অস্বীকাৰ কৰিছিল৷ বৰ্তমান অধিবক্তা কোহেনো কাৰাগাৰৰেই অতিথি৷ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ নীতি উলংঘন কৰিয়েই কাৰাগাৰত আছে৷ ইপিনে বুধবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে ৩৪ টা ফৌজাদাৰী অপৰাধৰ অভিযোগ আহিছে৷ কিন্তু প্ৰত্যেকটো অভিযোগতেই নিজৰে নিৰ্দোষী বুলি প্ৰকাশো কৰিছে ট্ৰাম্পে৷

তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহৰ প্ৰায়কেইটাই প্ৰতাৰণা, বেআইনী ভাৱে অৰ্থৰ লেনদেন, তদন্তত অসহযোগিতা, তথ্য লুকুওৱা আদি গোচৰ৷ যদি প্ৰত্যেকটো গোচৰতেই তেওঁ দোষী সাব্যস্ত হয় তেন্তে ১৩৬ বছৰ জে’ল হ’ব ট্ৰাম্পৰ বুলিও জনাইছে আইন বিশেষজ্ঞই৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অধিকাংশ অভিযোগতেই অন্তত ৪ বছৰৰ কাৰাদণ্ড হ’ব পাৰে৷ সেয়ে ১৩৬ বছৰৰ জে’ল হোৱাৰ সম্ভাৱনা নাই বুলি ক’ব পাৰি৷

উল্লেখ্য যে, ৰিপাব্লিক দলৰ হৈ ২০২৪ ত পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে ট্ৰাম্পে৷ ট্ৰাম্পে এই অভিযোগসমূহ মিছা প্ৰমাণিত কৰিলেও তেওঁৰ ভাৱমূৰ্তীত পৰা দাগৰ বাবে পৰবৰ্তী নিৰ্বাচনী যুঁজ ইমান সহজ নহ’ব বুলি প্ৰায়সংখ্যক ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
Next Post
বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

ফুটবলাৰ মেছিতকৈ বহুগুণে বেছি জনপ্ৰিয় কিং খান, সমীক্ষাত ১ নম্বৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত শ্বাহৰুখ খান

ফুটবলাৰ মেছিতকৈ বহুগুণে বেছি জনপ্ৰিয় কিং খান, সমীক্ষাত ১ নম্বৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত শ্বাহৰুখ খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.