• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

3 years ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

6 minutes ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

37 minutes ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

1 hour ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

2 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

3 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

3 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

4 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

4 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

7 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

editor by editor
July 2, 2023
in জীৱনশৈলী, বিশ্ব
0
ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙলবাৰে পেৰিছৰ ট্ৰেফিক আইন অমান্য কৰাৰ অভিযোগত এগৰাকী ১৭বছৰ বয়সীয়া তৰুণক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। তাৰপাছৰে পৰাই ফ্ৰান্সৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। এই ঘটনাৰ প্ৰতিবাদতেই ফ্ৰান্সৰ ৰাজপথত একাধিক লোক নামি পৰিছে। শনিবাৰে এই হিংসাত্মক ঘটনাৰ ৫দিন সম্পূৰ্ণ হৈছে। শনিবাৰে নিশা পৰ্যন্ত এই প্ৰতিবাদত অংশ লোৱা ১৩০০ ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি বৰ্তমানলৈ ১৩১১ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। পেৰিচৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মান ভ্ৰমণৰ দিন পিছোৱাই দিছে ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ফ্ৰান্সৰ ৰাস্তাত ইমানুৱেল চৰকাৰৰ তৰফৰ পৰা নতুনকৈ প্ৰায় ৪৫ হাজাৰ আৰক্ষী মোতায়েন কৰা হৈছে। ইয়াৰে মাজত কেৱল মাত্ৰ পেৰিছতেই ৫হাজাৰ সেনা মোতায়েন কৰা হৈছে। ইতিমধ্যে প্ৰতিবাদকাৰীয়ে বহু দোকান, বজাৰ জ্বলাই দিছে। বন্দুকৰ দোকানো লুটপাত কৰিছে। প্ৰতিবাদকাৰীয়ে ৪৯২ চৰকাৰী ভৱন ভাঙি পেলাইছে। প্ৰায় ২ হাজাৰ গাড়ী জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে। ইয়াৰোপৰি ফ্ৰান্সৰ প্ৰায় ৪ হাজাৰ ঠাইত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ফ্ৰান্স মাৰ্স চহৰৰ বৃহত্তম গ্ৰন্থাগাৰো। জ্বলি ছাই হৈ গৈছে গ্ৰন্থাগাৰৰ বেছিভাগ গ্ৰন্থই। ঘটনাৰ বহু ভিডিঅ’ ইতিমধ্যেই সামাজিকমাধ্যমত ভাইৰেল হৈ পৰিছে। পেৰিছৰ এই ঘটনাত আহত হৈছে ৩০০ৰো অধিক আৰক্ষী। বিক্ষোভকাৰীৰ মাজত বেছিভাগেই তৰুণ প্ৰজন্মৰ বুলি জনাইছে ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ইমানুৱেলে দেশৰ অভিভাৱকক জনাইছে যে তেওঁলোকে যাতে সন্তানক এই হিংসাত্মক কাৰ্যৰ পৰা আঁতৰাই ৰাখে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
Next Post
১কোটি সোনৰ ঝুলনা উপহাৰ আম্বানীৰ, কন্যাৰ নাম কি. ক্লিন কাৰা ৰাখিলে ৰামচৰণে?

১কোটি সোনৰ ঝুলনা উপহাৰ আম্বানীৰ, কন্যাৰ নাম কি. ক্লিন কাৰা ৰাখিলে ৰামচৰণে?

‘আমি খুব আশাৰে উদ্ধাৰকাৰ্য চলাইছিলো, কিন্তু একো নাপালো টুকুৰা কিছু অংশৰ বাদে…’ টাইটান ছাবমেৰিণৰ উদ্ধাৰকাৰী দলৰ সদস্য কিয় কান্দি উঠিল উদ্ধাৰকাৰ্যত?

'আমি খুব আশাৰে উদ্ধাৰকাৰ্য চলাইছিলো, কিন্তু একো নাপালো টুকুৰা কিছু অংশৰ বাদে...’ টাইটান ছাবমেৰিণৰ উদ্ধাৰকাৰী দলৰ সদস্য কিয় কান্দি উঠিল উদ্ধাৰকাৰ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.