বাকীত কোভিড ৰোগীৰ শুশ্ৰূষা, চিকিৎসা। টেণ্ট হাউছ, হোটেল, খাদ্য যোগানকাৰীক দিবলৈ আছে লাখ লাখ টকা। টকা নাপালে এইবাৰ কাম নকৰে যোগান ধৰোঁতা, ঠিকাদাৰ আদিয়ে।