• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

2 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

40 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

54 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

1 hour ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

2 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

4 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

5 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

6 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

editor by editor
July 26, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে শুকুৰবাৰে ফ্ৰান্সৰ দ্ৰুতবেগী ৰে’ল নেটৱৰ্কত অগ্নিসংযোগকে ধৰি ৰেল লাইন ভাঙি পেলোৱাৰ ফলত পৰিবহণ ব্যৱস্থাত ব্যাঘাত জন্মিছে। পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ পূৰ্বে ভ্ৰমণত ব্যাঘাত জন্মাবলৈ ফ্ৰান্সৰ ওপৰত এনেদৰে আক্ৰমণ কৰা বুলি অভিহিত কৰা হৈছে।

ফ্ৰান্সৰ ৰাজ্যিক ৰে’ল কোম্পানী এছএনচিএফে এক্সত এটা পোষ্টত কয় যে, বহু সংখ্যক ৰে’ল ডাইভাৰ্ট বা বাতিল কৰা হৈছে, আৰু যিসকল যাত্ৰীয়ে পাৰে তেওঁলোকক নিজৰ ভ্ৰমণ পিছুৱাই দিবলৈ আৰু ষ্টেচনলৈ নাযাবলৈ অনুৰোধ কৰা হৈছে। শুকুৰবাৰে সন্ধিয়ালৈকে ইয়াৰ সেৱা আংশিকভাৱে পুনৰ মুকলি কৰা হয়, যদিও ব্যাপক ব্যাঘাত অব্যাহত আছে।

এই অঘটনৰ ফলত ৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। আনহাতে এই আক্ৰমণৰ দায়িত্ব বৰ্তমানলৈ কোনেও লোৱা নাই। এটা সূত্ৰই চিএনএনক জনোৱা মতে, ইতিমধ্যে এই ঘটনাৰ অপৰাধীক বিচাৰি উলিয়াবলৈ বিশেষ দল গঠন কৰা হৈছে।

লগতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী গেব্ৰিয়েলে সদৰি কৰা মতে, জনতাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আৰু দেশৰ সম্পত্তিৰ ক্ষতি কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত দোষীক বিচাৰি পালে ১০ৰ পৰা ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: franceFrench train networkolympicSpeed TrainSpeed Train servicetrain network
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ’ব আজিৰ ২৭ জুলাই দিনটো

দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ'ব আজিৰ ২৭ জুলাই দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.