• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

16 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

18 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

19 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

20 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

20 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

20 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

21 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

22 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

22 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

editor by editor
April 23, 2022
in ক্ৰীড়া, বিবিধ
0
শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড হৈছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া সংস্থা৷ ঠিক সেইদৰে ভাৰতীয় ক্ৰিকেটাৰসকলো হৈছে বিশ্বৰে ধনী ক্ৰিকেটাৰ৷

ভাৰতীয় ক্ৰিকেটাৰসকলৰ দাম্পত্য জীৱন লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ পত্নীসকল বা পত্নীৰ পৰিয়ালকো বহু ধনী পৰিয়ালৰ৷ অৰ্থাৎ ভাৰতীয় বুহু ক্ৰিকেটাৰ পত্নীসকলো ধনী পৰিয়ালক প্ৰতিনিধিত্ব কৰে৷

আজি আমি তেনে কেইজনমান ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পত্নীৰ বিষয়ে এক প্ৰতিবেদন আগবঢ়াইছো৷

লগতে পঢ়ক আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

শচীন আৰু অঞ্জলি টেণ্ডুলকাৰ

বিশ্বৰ অন্যমত শ্ৰেষ্ঠ ক্ৰিকেটাসকলৰ মাজৰ আটাইতকৈ আগশাৰীত থকা তথা প্ৰভাৱশালী ক্ৰিকেটাৰগৰাকী হৈছে শচীন টেণ্ডুলকাৰ৷ শচীন টেণ্ডুলকাৰক ক্ৰিকেটাৰ ভগৱান বুলিও কোৱা হয়৷ ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও শচীন টেণ্ডুলকাৰ হৈছে ভাৰতৰ আটাইতকৈ ধনী ক্ৰীড়াবিদ৷ শচীন টেণ্ডুলকাৰৰ পত্নী অঞ্জলি টেণ্ডুলকাৰৰো এটা ধনী পৰিয়ালৰ জীয়ৰী৷ অঞ্জলিৰ ককাক এগৰাকী ধনী জমিদাৰ আছিল৷ তেওঁৰ দেউতাকো গুজৰাটৰ এগৰাকী ধনী ব্যৱসায়ী৷ ১৯৯৫ চনত বিবাহপাশ আৱদ্ধ হোৱা শচীন আৰু অঞ্জলি চাৰা আৰু অৰ্জুন নামৰ এক কন্যা আৰু এক পুত্ৰ পিতৃ-মাতৃ৷

বীৰেন্দ্ৰ ছেহৱাগ-আৰতি আহলাৱতী

২০০৪ চনত বীৰেন্দ্ৰ ছেহৱাগে আৰতি আহলাৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ আৰিত দিল্লীৰ বিখ্যাত উকীল সুৰজ সিঙৰ কন্যা৷ আৰতিয়ে এতিয়া ছেহৱাগৰ সকলো ক্ৰিকেট একাডেমি আৰু বিদ্যালয়সমূহ দায়িত্ব পালন কৰি আছে৷

গৌতম গম্ভীৰ-নাতাশা জৈন

একালৰ বান্ধৱী নাতাশা জৈনৰ সৈতে ২০১১ চনত ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে বিবাহপাশত আৱদ্ধ হয়৷ গৌতম গম্ভীৰৰ পত্নী নাতাশা জৈনো এটা ধনী ব্যৱসায়ী পৰিয়ালৰ কন্যা৷ নাতাশাৰ পিতৃ দিল্লীৰ এজন বিখ্যাত বস্ত্ৰ ব্যৱসায়ী৷ তেওঁ নিজেও বস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত৷

লগতে পঢ়ক ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী

হৰভজন সিং-গীতা বছৰা

হৰভজন সিঙৰ পত্নী গীতা বছৰাও এটা ধনী পৰিয়ালৰ কন্যা৷ বলিউদৰ অভিনেত্ৰী গীতাৰ পিতৃ এগৰাকী বিখ্যাত ইংৰাজ ব্যৱসায়ী৷ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ সৈতে ২০১৫ চনত বিবাহপাশত আৱদ্ধ হোৱা গীতাৰ পিতৃৰ নাম হৈছে ৰাকেশ বছৰা৷

বিৰাট কোহলী-অনুষ্কা শৰ্মা

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক আৰু আধুনিক ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলীয়ে ২০১৭ চনত বলিউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ অনুষ্কা বলিউদৰ এগৰাকীৰ জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ লগতে এটা ধনী পৰিয়ালৰ কন্যা৷ অনুষ্কাৰ পিতৃ অজয় কুমাৰ শৰ্মা ভাৰতীয় বায়ু সেনাৰ এগৰাকী শীৰ্ষ বিষয়া৷

ৰোহিত শৰ্মা-ৰিতিকা সজদেহ

ভাৰতীয় ক্ৰিকেট দলৰ হিটমেন ৰোহিত শৰ্মাৰ পত্নী ৰিতিকাও এটা ধনী পৰিয়ালৰ কন্যা৷ ৰিতিকাৰ পিতৃ ববি সজদেহে মুম্বাইৰ অভিজাত এলেকা কাফ পেৰেড এলেকাত বাস কৰে৷ ৰিতিকাৰ ভাতৃ এগৰাকীৰ চেলিব্ৰেটিৰ মেনেজাৰ৷ ৰিতিকাও চেলিব্ৰেটিৰ মেনেজাৰ আছিল৷ তেওঁ বহু ক্ৰিকেট তাৰকাৰ বাবেও কাম কৰিছে৷ ২০১৫ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়৷

লগতে পঢ়ক ১৭ বছৰ বয়সতে মাতৃ হ’ল কিশোৰী : পিতৃ ১২ বছৰীয়া শিশু! শিশু পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

ৰবীন্দ্ৰ জাডেজা-শিৱা ছোলাংকী

ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ শ্ৰেষ্ঠ অৰাউণ্ডাৰগৰাকী হৈছে ৰবীন্দ্ৰ জাডেজা৷ ২০১৬ চনত বিবাহপাশত আৱদ্ধ হোৱা ৰবীন্দ্ৰ জাডেজাৰ পত্নী শিবা ছোলাংকীও এটা ধনী পৰিয়ালৰ জীয়াৰী৷ শিবা ছোলাংকী হৈছে গুজৰাট প্ৰদেশ কংগ্ৰেছৰ নেতা হৰি সিঙৰ ভতিজী৷ ইফালে ৰবীন্দ্ৰ জাডেজাৰ পত্নী শিৱা নিজেই বিজেপি দলৰ এগৰাকী নেত্ৰী৷ শিৱাৰ পিতৃ হৰকেশ ছোলাংকী এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ৷

ছেতেশ্বৰ পূজাৰা-পূজা পাবৰী

ভাৰতৰ টেষ্ট ক্ৰিকেট দলৰ নিৰ্ভযোগ্য বেটছমেন ছেতেশ্বৰ পূজাৰাৰ পত্নী পূজা পাবৰীও এটা ধনী ব্যৱসায়িক পৰিয়ালৰ কন্যা৷ পূজাৰাৰ সৈতে ২০১৩ চনত বিবাহপাশত আৱদ্ধ হোৱা পূজাৰ পৰিয়ালৰ ডাঙৰ ব্যৱসায় আছে৷ পূজাৰ পিতৃ গুজৰাটৰ এগৰাকীৰ বিখ্যাত কাপোৰ ব্যৱসায়ী৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndian cricketersRavindra JadejaRohit Sramasachin tendulkarvirat kohliVirendra Sehwag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.