• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

4 years ago
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

7 minutes ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

21 minutes ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

2 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

2 hours ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

3 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

3 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

4 hours ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

5 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

6 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

6 hours ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

editor by editor
April 23, 2022
in প্ৰযুক্তি, বিবিধ
0
বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আফগানিস্তানত নিষিদ্ধ হ’ব পাৰে TIKTOK আৰু PUBG৷ শেহতীয়াকৈ সমগ্ৰ আফগানিস্তানতে এই সংবাদটোৱে তোলপাৰ লগাইছে৷ শাসনাধিস্থ তালিবানে ভিডিঅ’ শ্বেয়াৰিং এপ TIKTOK আৰু অনলাইন মাল্টি-প্লেয়াৰ গেম PUB-G ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আগবাঢ়িছে৷ তালিবান প্ৰশাসনৰ মতে এই দুটা এপে আফগান যুৱকসকলক বিপথগামী কৰিছে৷

ইমানেই নহয়, তালিবানে শীঘ্ৰেই তেওঁলোকে বিভিন্ন অনৈতিক সামগ্ৰী প্ৰচাৰ কৰা টিভি চেনেলসমূহৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিব। ইয়াৰ আগতেও তালিবানে আফগানিস্তানৰ বিভিন্ন স্থানত সংগীত, চলচ্চিত্ৰ আৰু লাইভ অপেৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷

এই সন্দৰ্ভত তালিবানৰ মুখপাত্ৰ ইনামুল্লা চামনগনিয়ে কয় যে শেহতীয়া নিষেধাজ্ঞাটো যুৱ প্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ পৰা প্ৰতিহত কৰিবলৈ অতিকৈ প্ৰয়োজনীয় আছিল।

লগতে পঢ়ক গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

তালিবানে যোৱা বছৰ ক্ষমতা দখল কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি প্ৰশাসনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত নৰম দৃষ্টিভংগী লোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু দিন যোৱাৰ লগে লগে ক্ৰমশঃ ওলোটা দৃশ্যহে পৰিলক্ষিত হৈছে তালিবান শাসনাস্থিত আফগানিস্তানত৷

অৱশ্যে, এই পৰ্যন্ত TIKTOK আৰু PUBGৰ নিষেধাজ্ঞা কেতিয়াকৈ কাৰ্যকৰী হ’ব সেয়া তালিবানে স্পষ্ট কৰা নাই৷ শেহতীয়া বছৰবোৰত আফগানিস্তানত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ ইয়াৰ মাজত যুৱ চামৰ সংখ্যাই অধিক৷ বৰ্তমান আফগানিস্তানত প্ৰায় ৯ নিযুত লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ দেশৰ ৩৯ নিযুত জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশৰ বয়স ২৫ বছৰ আৰু তাতকৈ কম।

লগতে পঢ়ক ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী

ইতিমধ্যে তালিবানে দেশখনত আন বহুতো মনোৰঞ্জনৰ মাধ্যম নিষিদ্ধ কৰিছে৷ এই মাধ্যমসমূহ বন্ধ কৰি দিয়াৰ ফলতে এতিয়া আফগানিস্তানৰ যুৱপ্ৰজন্মই TIKTOK আৰু PUBGত ব্যস্ত থাকিবলৈ ধৰিছে৷

বিশেষভাৱে TIKTOKত চুটি, হাস্যকৰ ভিডিঅ’ ক্লিপ চিত্ৰগ্ৰহণ কৰি সামাজিক মাধ্যমত পোষ্ট কৰিব সুবিধা থকাৰ বাবে ই যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ ইফালে আফগানিস্তানৰ বৃহৎসংখ্যক যুৱ প্ৰজন্মই PUBGৰ প্ৰতিও আকৃষ্ট হোৱা দেখা গৈছে৷ ইয়াৰ পূৰ্বেও আফগানিস্তানত PUBGক নিষিদ্ধ কৰাৰ চেষ্টা কৰা হৈছিল যদিও সফল হোৱা নাছিল৷ এইবাৰ তালিবানে আফগানিস্তানৰ পৰা PUBGক নিষিদ্ধ কৰিব পাৰে নে নাই সেয়া লক্ষণীয় হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampubgtiktok
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ
জীৱনশৈলী

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

May 19, 2026
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ
জীৱনশৈলী

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

May 19, 2026
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ
ভাৰত

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?
ভাৰত

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

May 19, 2026
Next Post
CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.