• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

5 years ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

13 seconds ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

36 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

55 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

3 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

7 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

editor by editor
February 24, 2022
in অসম, বাণিজ্য, বিশ্ব, ভাৰত, ৰাজনীতি
0
যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে বিশ্বৰ অৰ্থনীতিত কুপ্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ কোভিড মহামাৰীয়ে কোঙা কৰি থৈ যোৱা বিশ্বৰ অৰ্থনীতিক এইবাৰ ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধই পুনৰ মুচুৰি পেলোৱাৰ আশংকা কৰা হৈছে৷

ৰাছিয়াই যুদ্ধ ঘোষণা কৰি বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত ইন্ধনৰ মূল্য উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হৈছে৷

যুদ্ধৰ আশংকা কৰি থকাৰ সময়তে আন্তঃৰাষ্টৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৯৭ ড’লাৰলৈ উৰ্দ্ধগামী হৈছিল৷ যুদ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ১০০ ড’লাৰলৈ বৃদ্ধি হৈছে৷

২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০০ ড’লাৰলৈ বৃদ্ধি হৈছে৷ যুদ্ধ আৰম্ভ হোৱা কেইটামান মুহূৰ্তৰ ভিতৰতে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০০ ড’লাৰলৈ হোৰাহোৰে বৃদ্ধি পোৱাৰ পিছত যুদ্ধই ইয়াৰ মূল্য আৰু বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে৷

ইফালে এই যুদ্ধ সোনকালে অৱসান হোৱাৰ সম্ভাৱনা নাই বুলিয়ে ধাৰণা কৰা হৈছে৷ ৰাছিয়াই ইউক্ৰেইনক তিনিটা দিশৰ পৰা ঘেৰি আক্ৰমণ কৰাৰ পৰিকল্পনাৰ বিষয়েও প্ৰকাশ পাইছে৷

ইফালে দুদিনমান পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ দুই বিবদামান তথা বিচ্ছিন্নতাবাদী অঞ্চলৰ ক্ৰমে ড’নেৎস্ক আৰু লুহানস্কৰ স্বাধীনতা ঘোষণা কৰিছে৷ উল্লেখ্য যে এই দুটা অঞ্চল হৈছে ৰুছমূলীয় লোকৰ বসতি প্ৰধান অঞ্চল৷

আনহাতে কৃষ্ণসাগৰৰ উপদ্বীপ ক্ৰিমিয়াক ২০১৪ চনতে ইউক্ৰেইনৰ পৰা আজুৰি নিছিল ৰাছিয়াই৷ আমেৰিকাসহ পশ্চিমৰ শক্তিধৰ ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক NATOত চামিল কৰি ৰাছিয়াক যুদ্ধৰ বাবে প্ৰলুদ্ধ কৰাৰ লগতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভ আক্ৰমণ কৰিবলৈ উচতাই আহিছে বুলি যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

উল্লেখযোগ্য কথাটো হ’ল ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখনেই হৈছে খাৰুৱা তেলেৰে সমৃদ্ধ ৰাষ্ট্ৰ৷ খাৰুৱা তেল আৰু গেছৰ চহকী ভাণ্ডাৰ হৈছে পশ্চিমৰ দেশ ৰাছিয়া আৰু ইউক্ৰেইন৷ ইউক্ৰেইনৰ পৰা এছিয়াসহ ইউৰোপৰ কে’বাখনো দেশে খাৰুৱা তেলৰ ৰপ্তানি কৰে৷ ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ খাৰুৱা তেলৰ খাদসমূহৰৰ বন্ধ হোৱাৰ লগতে ধ্বংসস্তূপত পৰিণত হ’ব বুলি ধাৰণা কৰা হৈছে৷

ইফালে প্ৰাকৃতিক গেছেৰে সমৃদ্ধ ৰাছিয়াও হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ খাৰুৱা তেল উৎপাদনকাৰী ৰাষ্ট্ৰ৷ আনহাতে, ৰাছিয়াই ইউৰোপৰ দেশসমূহলৈ প্ৰায় ৩৫ শাতংশ প্ৰাকৃতি গেছ যোগান ধৰে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ফলত আমেৰিকাসহ পশ্চিমৰ সমৃদ্ধিশালী দেশসমূহে অৰ্থনৈতিক প্ৰতিবন্ধকা আৰোপ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ কুফল খাৰুৱা তেলৰ ৰপ্তানিটো পৰাতো নিশ্চিত৷

যুদ্ধৰ এই দামামাৰ মাজত সেয়ে বিশ্বৰ ইউৰোপৰ প্ৰায়বোৰ আৰু এছিয়াৰ একাংশ ৰাষ্ট্ৰত খাৰুৱা তেলৰ নাটনিয়ে দেখা দিয়াটো প্ৰায় নিশ্চিত হৈছে৷ ইয়াৰ ফলত আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হোৰাহোৰে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে৷ ইয়াৰ কুপ্ৰভাৱ ভাৰততো পৰাতো প্ৰায় খাটাং৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalfuel price hikeRussia Ukraine clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
Next Post
উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

পেন্ট নিপিন্ধাকৈ ৰাস্তাৰে খোজকাঢ়িল মালাইকা : সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.