• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

3 years ago
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

1 hour ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

2 hours ago
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

3 hours ago
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

3 hours ago
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

4 hours ago
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

4 hours ago
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

5 hours ago
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

6 hours ago
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

6 hours ago
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

7 hours ago
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

9 hours ago
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

editor by editor
February 24, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!
0
SHARES
546
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰাৰ পিছতেই বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰাই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷ ৰাছিয়াই যুদ্ধ বিমানেৰে ইউক্ৰেইনত আক্ৰমণ চলোৱাৰো দাবী কৰিছে৷ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু যঁজাৰু বিমানেৰে আক্ৰমণ চলাইছে৷

 

ৰাছিয়াই দাবী কৰিছে যে আক্ৰমণ আৰম্ভ কৰিয়েই ইউক্ৰেইনৰ এক বিমান ঘাটি ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰিছে৷ ৰুছ বাহিনীৰ আক্ৰমণ ইতিমধ্যে ৭ গৰাকী ইউক্ৰেইনৰ নাগৰিকৰ মৃত্যু ঘটাৰ লগতে অন্য ৯ গৰাকী লোক আহত হোৱা বুলিও প্ৰকাশ পাইছে৷

 

ইফালে ইউক্ৰেইনেও ৰুছ বাহিনীক প্ৰত্যাক্ৰমণ কৰিছে৷ ইউক্ৰেইনৰ দাবী যে লুহানস্ক এলেকাত ৰাছিয়াৰ ৫ খন যুদ্ধ বিমানৰ লগতে এখন হেলিকপ্টাৰো গুলীয়াই ভূপতিত কৰিছে ইউক্ৰেইনৰ সেনাই৷

 

Footage of the airport bombing in Ivano-Frankivsk. #Ukraine #Russia pic.twitter.com/MLVuNyPItI

— Ω (@W4RW4ATCHER) February 24, 2022

 

ইফালে মস্কোৱে দাবী কৰিছে ইউক্ৰেইনৰ জনবসতি থকা অঞ্চল তথা সাধাৰণ জনগণৰ ওপৰত আক্ৰমণ কৰা নাই৷ ৰুছ সেনাই কেৱল ইউক্ৰেইনৰ সামৰিক ঘাটি, অস্ত্ৰভাণ্ডাৰ আৰু বিমান ঘাটিসমূহতহে আক্ৰমণ কৰা বুলি দাবী কৰিছে৷

 

উল্লেখ্য যে ইতিপূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ বৰ্জন কৰিবলৈ সকীয়নি দিছিল৷ পুটিনে হুংকাৰ দি কৈছিল যে ইউক্ৰেইনৰ সেনাই অস্ত্ৰ বৰ্জন কৰক নহ’লে ৰুছ বাহিনীৰ আক্ৰমণৰ বাবে সাজু হওক৷

 

ইফালে আমেৰিকা আৰু পশ্চিমৰ শক্তিধৰ দেশসমূহৰ সকীয়নিলৈ কোনো কেৰেপ নকৰি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷ ইউক্ৰেইনৰ এক প্ৰশাসনিক বিষয়াই দাবী কৰিছে যে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ কে’বাশ মানুহৰ মৃত্যু ঘটিছে৷

 

আনফালে ইউক্ৰেইনৰ এগৰাকী সাংসদ ছোফিয়া ফেডিনাই সংবাদ মাধ্যম আগত কৈছে যে ইউক্ৰেইনৰ সাধাৰণ লোকক সুৰক্ষিতভাৱে ৰাখিবলৈ দেশখনৰ বাংকাৰসমূহ সাজু কৰি তোলা হৈছে৷ দেশৰ মানুহক নিৰাপত্তাৰ কাৰণে উক্ত বাংকাৰসমূহলৈ লৈ যোৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে৷

 

ৰাছিয়াৰ আক্ৰমণক সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰতিৰোধ কৰা হ’ব আৰু তেওঁলোক জয়ী হ’বই বুলি দাবী কৰিছে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই ৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 240russiaRussia Ukraine clashukraine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?
জীৱনশৈলী

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

June 20, 2025
২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য
বিবিধ

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

June 19, 2025
নগ্নতাই নিয়ম? বীচ্চত ফুৰিবলৈ গ’লে নগ্ন হোৱাটো বাধ্যতামূলক? পোছাক পিন্ধিলেই জৰিমনা? ক’ত আছে এই বীচ্চ?
বিবিধ

নগ্নতাই নিয়ম? বীচ্চত ফুৰিবলৈ গ’লে নগ্ন হোৱাটো বাধ্যতামূলক? পোছাক পিন্ধিলেই জৰিমনা? ক’ত আছে এই বীচ্চ?

June 19, 2025
তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?
জীৱনশৈলী

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

June 19, 2025
Next Post
যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.