• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

3 years ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

2 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

3 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

4 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

4 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

5 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

6 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

6 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

7 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

8 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

9 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

9 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

editor by editor
August 27, 2023
in চিনেমা, বাণিজ্য, বিনোদন, ভাৰত
0
KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২
0
SHARES
866
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গদৰ-২ য়ে কেজিএফৰ সকলো ৰেকৰ্ড ভংগ কৰি বক্স অফিচত এতিয়াও খলকনি তুলি আছে। শনিবাৰে ছবিখনে ১৩.৭৫ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চিনেমাখনে বক্স অফিচত ৪৩৯.৯৫ কোটি সংগ্ৰহ কৰিছে। বলীউডত বক্স অফিচক সৰ্বাধিক কালেকছন কৰা তৃতীয়খন চিনেমাৰ খিতাপো অৰ্জন কৰিছে গদৰ-২য়ে।

চিনেমাখন ৰিলিজ দিয়াৰ ১৬ দিন পাৰ হ’লেও আজিও দেশৰ প্ৰায় প্ৰতিখন চিনেমাহলত লাগি আছে গদৰ-২। KGF-2ৰ হিন্দী ভাৰ্ছনে বক্স অফিচত ৪৩৪.৭০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেজিএফ-২ য়ে বক্স অফিচত সৰ্বাধিক কালেকছন কৰা ছবিৰ তালিকাত তৃতীয় স্থানত আছিল। কিন্তু KGF-2ৰ এই ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে গদৰ-২য়ে। গদৰ-২ য়ে ১৬ দিনত ৪৩৯.৯৫ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

তৃতীয় সৰ্বাধিক কালেকছন কৰা চিনেমা গদৰ-২
বলীউডৰ ইতিহাসত বক্স অফিচত তৃতীয় সৰ্বাধিক কালেকছন কৰা চিনেমা হৈছে গদৰ-২। ইয়াৰ পূৰ্বে বলীউডৰ আন দুখন চিনেমা বাহুবলী-২(হিন্দী ভাৰ্ছন) আৰু শ্বাহৰুখ খানৰ পাঠান বক্স অফিচত সৰ্বাধিক কালেকছন কৰা চিনেমা। পাঠানে বক্স অফিচত কালেকছন কৰিছিল মুঠ ৫৪৩ কোটি। বাহুবলী-২ হিন্দী ভাৰ্ছনে উপাৰ্জন কৰিছিল ৫১০ কোটি।যদি গদৰ-২ য়ে দেওবাৰে ১৫ কোটি সংগ্ৰহ কৰে, তেন্তে বাহুবলী-২ ৰো অভিলেখ ভংগ কৰিব পাৰে গদৰ-২য়ে।

এই বৰ্ষত কেৱল দুখন চিনেমাই ১০০০কোটিৰ পৰিসীমা পাৰ কৰিছে

বিগত তিনিবছৰত বলীউডৰ চিনেমা ভালকৈ চলা নাই। ভাল ভাল চিনেমাইয়ো বলীউডৰ ভাল কালেকছন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই বৰ্ষত পাঠানৰ পাছত বলীউডৰ ছবিলৈ ভাল দিন উভতি আহিছে। এই বৰ্ষত পাঠান আৰু গদৰ-২য়ে একেলগে প্ৰায় ১০০০ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আগন্তুক ছেপ্টেম্বৰত শ্বাহৰুখৰ আন এখন চিনেমা জাৱানে মুক্তি লাভ কৰিব।

সমগ্ৰ বিশ্বত গদৰ-২ য়ে উপাৰ্জন কৰিলে ৫৭২ কোটি
গদৰ-২ য়ে বিশ্বত ৫৭২ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়া, জাৰ্মান, আমেৰিকা আৰু ইউকেত এই ছবিয়ে সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইফালে ডাইৰেক্টৰ অনিল শৰ্মাই কয় যে গদৰে এনেদৰে ৰাইজৰ সঁহাৰি পালে অচিৰেই ১০০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব। পাঠানৰ সৈতে ছবিখন তুলনা কৰি অনিল শৰ্মাই কয়, চিনেমা কেতিয়া ৰিলিজ দিছে, অভিনেতা কোন সেয়া ডাঙৰ কথা নহয়, সবাতোকৈ ডাঙৰ কথা হৈছে চিনেমাখনৰ কাহিনীৰ সৈতে দৰ্শক কেনেদৰে একাত্ম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
ছেপ্টেম্বৰত বিবাহ, তিনি স্থানত ৰিছিপশ্ব্যন পাৰ্টী! বিবাহৰ পূৰ্বে মন্দিৰে মন্দিৰে কিয় ফুৰিছে ৰাঘৱ-পৰিণীতি?

ছেপ্টেম্বৰত বিবাহ, তিনি স্থানত ৰিছিপশ্ব্যন পাৰ্টী! বিবাহৰ পূৰ্বে মন্দিৰে মন্দিৰে কিয় ফুৰিছে ৰাঘৱ-পৰিণীতি?

শত্ৰুৰ শত্ৰুৱেই আমাৰ বন্ধু! টাইৱানৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ আঁৰত আছে কেইবাটাও কুটনৈতিক কথা, ৰামমন্দিৰেই ঘনিষ্ঠ কৰি তুলিব নেকি ভাৰত-টাইৱানক?

শত্ৰুৰ শত্ৰুৱেই আমাৰ বন্ধু! টাইৱানৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ আঁৰত আছে কেইবাটাও কুটনৈতিক কথা, ৰামমন্দিৰেই ঘনিষ্ঠ কৰি তুলিব নেকি ভাৰত-টাইৱানক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.