• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

3 months ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

11 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

11 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

12 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

12 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

13 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

14 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

14 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

14 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

15 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

16 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

16 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

editor by editor
January 23, 2026
in জীৱনশৈলী
0
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ
0
SHARES
742
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে বসন্ত পঞ্চমী৷ হিন্দু পঞ্জিকা অনুসৰি এই উৎসৱ মাঘ মাহৰ শুক্লাপক্ষৰ পঞ্চমী তিথিত পালিত হয়৷ এই দিনটোত দেৱী সৰস্বতীৰ পূৰণ আচাৰ অনুষ্ঠানৰ মাধ্যমেৰে পূজা কৰা হয়৷ আৰু এই দিনটো শুভ কাৰ্য সম্পন্ন কৰাৰ বাবে অত্যন্ত শুভ বুলিও ধাৰণা কৰা হয়৷ জ্যোতিষ বিশেষজ্ঞৰ মতে বসন্ত পঞ্চমীত বহু বিৰল ঘটনা ঘটিছে৷ যাৰ মাজত এটা হৈছে গজকেশৰী যোগ৷

জ্যোতিষশাস্ত্ৰত গজকেশৰী যোগক অত্যন্ত শুভ, ফলপ্ৰসূ আৰু বিশেষ উপকাৰী বুলি ধাৰণা কৰা হয়৷ এই শুভ দিনত বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগে শক্তিশালী গজকেশৰী ৰাজযোগ তৈয়াৰ কৰিব৷ এই ৰাজযোগে বহু ৰাশিৰ জীৱনলৈ সুখ আৰু দেৱী সৰস্বতীৰ আশীৰ্বাদো কঢ়িয়াই আনিব৷

বসন্ত পঞ্চমীতেই তৈয়াৰ হৈছে এই বিশেষ যোগ৷ ২৩ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে পুৱা ৮ বাজি ৩৩ মিনিটত চন্দ্ৰই মীন ৰাশিলৈ গমন কৰিছে৷ দেৱগুৰু বৃহস্পতি আকৌ মিথুন ৰাশিত আছিল৷ পঞ্জিকা অনুসৰি বৃহস্পতিয়ে যেতিয়া চন্দ্ৰৰ কেন্দ্ৰত অৱস্থান কৰে তেতিয়াই গজকেশৰী যোগ তৈয়াৰ হয়৷ চন্দ্ৰই মিথুন ৰাশিৰ চতুৰ্থ ঘৰত অৱস্থান কৰিছে৷ বৃহস্পতিয়ে চন্দ্ৰৰ চতুৰ্থ ঘৰত অৱস্থান কৰিছে৷ সেয়ে এই সংযোগে শক্তিশালী গজকেশৰী যোগ তৈয়াৰ কৰিব৷

কোন কোন ৰাশিৰ জাতক উপকৃত হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে বসন্ত পঞ্চমীয়ে সুখবৰ কঢ়িয়াই আনিছে৷ ভাগ্য থাকিলে আৰ্থিক অৱস্থাৰো উন্নতি হব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ তৈয়াৰ হব৷ স্থগিত কামসমূহ দ্ৰুতগতিত আগুৱাই যাব পাৰে৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময়ত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল দিব৷ নতুন যোগাযোগ তৈয়াৰ হব যি ভৱিষ্যতে কাৰ্যকৰ প্ৰমাণিত হব৷ পাৰিবাৰিক পৰিবেশ মনোৰম থাকিব৷ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব৷ আধ্যাত্মিক আগ্ৰহ বৃদ্ধি পাব পাৰে৷ কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণ সম্ভৱ হব পাৰে৷ পুৰণি সমস্যাসমূহ ধীৰে ধীৰে দূৰ হব৷

মিথুন ৰাশি

এই সময় মিথুন ৰাশিৰ বাবে অনুকূল৷ ৰাশিচক্ৰৰ লয় বৃহস্পতি আৰু সুখৰ ঘৰত চন্দ্ৰ থকাৰ বাবে আত্মবিশ্বাস আৰু চিন্তাভাৱনাৰ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা সহায়তা পাব৷ যাৰ ফলত সুনিশ্চিত সিদ্ধান্ত লোৱা সহজ হব৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ ব্যৱসায়ীসকলৰ সম্প্ৰসাৰণৰ সুযোগ আহিব৷ শিক্ষা, প্ৰশাসন বা সামাজিক ক্ষেত্ৰত জড়িতসকলৰ বাবে এই সময় অগ্ৰগতিৰ সময়৷ কথাৰ প্ৰভাৱ পৰিব এই ৰাশিৰ জাতকৰ৷

কুম্ভ ৰাশি

এই সমন্বয়ে কুম্ভ ৰাশিৰ বাবে সুবিধা আৰু স্থিতিশীলতা কঢ়িয়াই আনিব পাৰে৷ এই সময়ত ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আৰ্থিক পৰিকল্পনা আৰু ভালকৈ কৰিবলৈ সক্ষম হব৷ আয়ৰ নতুন উৎস আবিৰ্ভূত হব পাৰে৷ বিশেষকৈ যিসকল অনলাইন বা ডিজিটেল কামৰ সৈতে জড়িত৷ চাকৰি আৰু ব্যৱসায়ত স্থিতিশীলতা আহিব৷ আত্মবিশ্বাস দৃঢ় হব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময়ত পঢ়াশুনাত মনোযোগ বাঢ়িব৷ যিসকলে উচ্চশিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে ভাল সুযোগ পাব পাৰে৷ সামগ্ৰিকভাৱে এই সময় ধীৰ কিন্তু শক্তিশালী অগ্ৰগতিৰ ইংগিত দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?
জীৱনশৈলী

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

May 5, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?
জীৱনশৈলী

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

May 5, 2026
Next Post
দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.