• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

7 months ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

27 minutes ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

42 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

3 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

16 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

17 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

19 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

19 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

editor by editor
January 23, 2026
in জীৱনশৈলী
0
দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্ঞান, বিদ্যাচৰ্চা, সংগীত আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী৷ তেওঁৰ আশীৰ্বাদত আমাৰ জ্ঞান, বুদ্ধি বাঢ়ে আৰু বাচন ক্ষমতা উন্নত হয়৷ দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিলে নিজৰ কামত উন্নতি কৰা সম্ভৱ আৰু কেৰিয়াৰতো সাফল্য লাভ কৰা সহজ হয়৷ ধাৰণা যে যাৰ জীৱনত মা সৰস্বতীৰ আশীৰ্বাদ থাকে তেওঁ জীৱনৰ উন্নতিৰ শিখৰত উপনীত হয়৷

সৰস্বতী পূজাৰ দিনক্ষণ

আজি ২৩ জানুৱাৰী শুক্ৰবাৰে পালিত হৈছে সৰস্বতী পূজা৷ পঞ্জিকা অনুসৰি পঞ্চমী পৰিছে ৮ মাঘ আৰু ইংৰাজীৰ কেলেণ্ডাৰ অনুসৰি ২২ জানুৱাৰী বৃহস্পতিবাৰৰ নিশা ২ বাজি ৩০ মিনিটত৷ পঞ্চমী আছে ২৩ জানুৱাৰী শুকুৰবাৰ অৰ্থাৎ ৯ মাঘৰ নিশা ১২ বাজি ২৭ মিনিটত৷ পূজা কৰাৰ বাবে সকলোতকৈ ভাল সময় ২৩ জানুৱাৰী পুৱা ৭ বাজি ১৫ মিনিটৰ পৰা বিয়লি ১২ বাজি ৫০ মিনিট পৰ্যন্ত আছিল৷ বাগদেৱীৰ আৰাধনা, অঞ্জলি দিয়া, বহী কলমৰ পূজা কৰাৰ বাবে শ্ৰেষ্ঠ সময়৷

জিভাত অৱস্থান দেৱী সৰস্বতীৰ

শাস্ত্ৰ অনুসৰি দিনত এবাৰ আমাৰ জিভাত মা সৰস্বতীয়ে অৱস্থান কৰে৷ এই সময়ত আমি যিয়েই কওঁ সঁচা হয়৷ জানি থওক কোন সময়ত আমাৰ জিভাত মা সৰস্বতীৰ বাস৷

ব্ৰাহ্ম মুহূৰ্ত

হিন্দুধৰ্ম অনুসৰি ব্ৰাহ্ম মুহূৰ্ত হৈছে দিনৰ সকলোতকৈ শুভ সময়৷ নিশা তিনিটাৰ পাছত সূৰ্যোদয় নোহোৱা পৰ্যন্ত সেই সময়খিনি হৈছে ব্ৰাহ্ম মুহূৰ্ত৷ মোটামুটি নিশা ৩ বজাৰ পৰা পুৱা চাৰিবজা পৰ্যন্ত সময়ক ব্ৰাহ্ম মুহূৰ্ত বুলি কোৱা হয়৷ এই সময়তেই মা সৰস্বতীয়ে আমাৰ জিভাত অৱস্থান কৰে বুলি শাস্ত্ৰ অনুসৰি মনা হয়৷ এই সময়ত কোৱা প্ৰতিটো শব্দই সঁচা হয় বুলি প্ৰচলিত বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
Next Post
জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.