• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেনেহৰ দীঘ আৰ হেপাঁহৰ বাণীৰে বোৱা গামোচালৈ GI-টেগ, GI-টেগ পাবলৈ কি কি বিশেষত্ব থকাৰ প্ৰয়োজন? সবিশেষ…

চেনেহৰ দীঘ আৰ হেপাঁহৰ বাণীৰে বোৱা গামোচালৈ GI-টেগ, GI-টেগ পাবলৈ কি কি বিশেষত্ব থকাৰ প্ৰয়োজন? সবিশেষ…

4 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

10 seconds ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

1 hour ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

2 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

4 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

4 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

5 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

5 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

6 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

7 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

8 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

9 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

চেনেহৰ দীঘ আৰ হেপাঁহৰ বাণীৰে বোৱা গামোচালৈ GI-টেগ, GI-টেগ পাবলৈ কি কি বিশেষত্ব থকাৰ প্ৰয়োজন? সবিশেষ…

editor by editor
December 14, 2022
in গুৱাহাটী, বাণিজ্য, ভাৰত
0
চেনেহৰ দীঘ আৰ হেপাঁহৰ বাণীৰে বোৱা গামোচালৈ GI-টেগ, GI-টেগ পাবলৈ কি কি বিশেষত্ব থকাৰ প্ৰয়োজন? সবিশেষ…
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গামোচাই লাভ কৰিলে GI(Geographical Indication)টেগ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটযোগে অসমবাসীক দিছে ভালখবৰটো৷ গামোচাৰ বজাৰত অসমৰ শিপিনীয়ে হাতেবোৱা গামোচাই মৰ্যাদা হেৰুওৱাইছে বুলি প্ৰায় প্ৰতিসময়তে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আহিছে এই ভাল খবৰটো৷ এতিয়াৰে পৰা অসমৰ গামোচাও পঞ্জীয়নকৃত হৈছে৷ ১৯৯৯ চনত পঞ্জীয়ন আৰু সুৰক্ষা আইনৰ অধীনত এই টেগ লাভ কৰিছে গামোচাই৷

GI টেগ প্ৰকৃততে কি?
১৯৯৯ চনৰ পঞ্জীয়ন আৰু সুৰক্ষা আইনত উল্লেখ থকা মতে Geographical Indication টেগ কোনো এখন ৰাজ্য, অঞ্চল, দেশৰ কোনো ব্যৱসায়ীয়ে নিজাববীয়াকৈ ভাল মানদণ্ডৰ সামগ্ৰী উৎপাদন কৰা গোটক এই টেগ প্ৰদান কৰে ভাৰত চৰকাৰে৷

Geographical Indication টেগ হৈছে এক নিৰ্দিষ্ট ভৌগোলিক এলেকাত উৎপাদন হোৱা সামগ্ৰীৰ ওপৰত ব্যৱহৃত এক চিহ্ন৷ অঞ্চলটোত ভাল গুণাগুণ বা সুনাম নিশ্চিত কৰা সামগ্ৰীয়েহে এই টেগ লাভ কৰে৷ Geographical Indication টেগ হৈছে কৃষি, যন্ত্ৰপাতি, মিঠাই, কাপোৰ আদিৰ সৈতে সম্পৰ্কিত সামগ্ৰীৰ দ্বৈততা পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা এক নাম বা চিহ্ন। এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থানৰ সামগ্ৰীয়ে এই টেগ লাভ কৰে৷

Geographical Indication টেগৰ উদ্দেশ্য কি?

GI টেগৰ মূল উদ্দেশ্য হৈছে এবাৰ পঞ্জীভুক্ত সামগ্ৰী দেশৰ অন্য এলেকাত উঞপাদিত হ’লেও সেই সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰা হ’ব৷ ইচ্ছানুযায়ী কোনোৱে এই সামগ্ৰী নিজৰ বুলি দাবী কৰিব নোৱাৰিব৷ GI টেগে সেই নিৰ্দিষ্ট এলেকাটোত উৎপাদিত সামগ্ৰীবিধৰ সুৰক্ষা কৱচ৷

ভাৰতত GI টেগ কোনে জাৰি কৰে?

পঞ্জীয়ন আৰু সুৰক্ষা আইন, ১৯৯৯ অনুসৰি জিআই টেগ জাৰি কৰা হয়। এই টেগ উদ্যোগ আৰু প্ৰচাৰ, আভ্যন্তৰীণ বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা হয়।

বৰ্তমান দেশত কি কি সামগ্ৰীয়ে GI টেগ লাভ কৰিছে?

প্ৰথমবাৰৰ বাবে অসমৰ এবিধ সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে৷ গামোচাই GI টেগ লাভ কৰাৰ পাছতেই বহুতৰেই মনত প্ৰশ্ন, ভাৰতত আৰু কোন ৰাজ্যৰ কি সামগ্ৰীয়ে এই টেগ লাভ কৰিবলৈ সক্ষম হৈছে৷ পোনতেই যদি চোৱা যায়, পশ্চিমবংগই দাৰ্জিলিং চাহত, কেৰালাৰ বস্ত্ৰ আৰানমুল্লা কান্নাদি(Aranmulla Kannadi), তেলেংগানাৰ বস্ত্ৰ পোচাম্পল্লি ইকাত(Pochampalli Ikat), কৰ্ণাটকৰ Mysore Silk কে ধৰি দেশৰ প্ৰায় বহুকেইখন ৰাজ্যৰেই নিজা উৎপাদিত সামগ্ৰীয়ে এই টেগ লাভ কৰিবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
Next Post
ভাল খবৰ! পিতৃ হ’বলৈ ওলাইছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ…

ভাল খবৰ! পিতৃ হ’বলৈ ওলাইছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ...

‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান…

‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.