• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান…

‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান…

3 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

31 minutes ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

55 minutes ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

3 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

3 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

3 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

4 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

5 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

5 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান…

editor by editor
December 14, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, সংগীত
0
‘বেচৰম’-এ পাৰ কৰিলে নিৰ্ল্যজ্জতাৰ সকলো সীমা! মধ্যপ্ৰদেশতো মুক্তিৰ পূৰ্বেই বয়কট কৰা হ’ল পাঠান…
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘বেচৰম…’ পাঠান ছবিখনৰ সদ্যমুক্তিপ্ৰাপ্ত গীত বেছৰমক লৈ সৰ্বত্ৰতে চৰ্চা৷ সামাজিক মাধ্যমত একাংশৰ চৰ্চা, বেচৰমে নিৰ্লজ্জতাৰ সকলো সীমাই পাৰ কৰিছে৷ দীপিকাৰ বল্ড লুককলৈও দেশজুৰি চৰ্চা৷ বিতৰ্ক অব্যাহত থকাৰ মাজতেই শেহতীয়াকৈ পাঠান মুক্তিৰ পূৰ্বেই বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশ চৰকাৰে৷ বেছৰম ৰং গানটো দেখা মাত্ৰকেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে৷

গানটোত গেৰুৱা ৰঙৰ বিকিনিত দেখা গৈছে অভিনেত্ৰী দীপিকাক৷ দীপিকাৰ এই লুকছ দেখিয়েই নেটিজেনে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে হেজটেগ বয়কট পাঠান৷ সমগ্ৰ বিষয়টোক লৈ মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই আক্ষেপ প্ৰকাশ কৰি লিখিছে, ‘এই ছবিত বহু আপত্তিজনক দৃশ্য আছে৷ সেয়া দেখুওৱা একেবাৰেই উচিত নহয়৷ ছবিখনত অভিনেত্ৰীয়ে পিন্ধা পোছাক ঠিক কৰিলেহে মধ্যপ্ৰদেশ চৰকাৰে এই ছবি মুক্তিৰ বাবে অনুমতি দিয়াৰ কথা চিন্তা কৰিব৷’

উল্লেখ্য যে বেচৰম গানটোত দীপিকাক বহুবাৰ হট লুকত দেখা গৈছে৷ ভাৰতৰ অন্যতম এক সংস্থা ‘সংস্কৃতি বচাও মঞ্চ’ৰ প্ৰেছিডেণ্টে প্ৰকাশ কৰা মন্তব্যই সকলোৰে দৃষ্টি কাঢ়িছে, চন্দ্ৰশেষৰে লিখিছে, ‘এইদৰে গেৰুৱা বিকিনি পৰিধান কৰি হিন্দু ধৰ্মক অপমান কৰিছে শ্বাহৰুখ দীপিকাই৷ এইদৰে আমাৰ ধৰ্মক অপমান কৰাটো কোনোপধ্যেই মানি ল’ব নোৱাৰো৷’ চৰ্চাৰ মাজতেই বহুতেই এতিয়া অপেক্ষা কৰিছে ছবিখনৰ মুক্তিৰ বাবেহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত...

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.