• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

4 years ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

18 minutes ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

2 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

13 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

14 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

14 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

15 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

18 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

editor by editor
December 14, 2022
in অসম, খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত
0
ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিবা তথ্যৰ প্ৰয়োজন হৈছে? ৰ’বলৈ সময় নাই, লগে লগেই গুগল চাৰ্ছ৷ গুগলত সকলো বিষয়েই চাৰ্ছ কৰাটো লাইফষ্টাইলৰ সৈতে সম্পৰ্কিত বিষয়৷ কিছু সংখ্যক লোকে যদি গুগলত ঔষধ চাৰ্ছ কৰে, কিছুৱে ঠিকনা, ৰেস্তোৰা, ৰেচিপি ইত্যাদি ইত্যাদি৷ আমি প্ৰায়সংখ্যক লোকেই এতিয়া অজানিতে হৈ পৰিছো গুগল নিৰ্ভৰশীল৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো বছৰৰ শেষত নিজা সমীক্ষা প্ৰকাশ কৰিছে৷

প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰতিটো বিষয়ত কোনে কি চাৰ্ছ কৰিছে সমস্ত ডাটা প্ৰকাশ কৰিছে গুগলে৷ এই বৰ্ষত খাদ্যৰ ৰেচিপি কোনে কি চাৰ্ছ কৰিছে সেই তালিকাত শীৰ্ষস্থান দখল কৰিছে এবিধ খাদ্যই৷ ভাৰতীয় খাদ্যৰ তালিকাত সৰ্বাধিক চাৰ্ছ কৰা খাদ্যবিধ হৈছে পনিৰ পছন্দ৷ ইয়াৰোপৰি ভাৰতীয়লোকসকলে সৰ্বাধিক চাৰ্ছ কৰা এটা ৰেচিপিয়েই হৈছে পনিৰ ৰেচিপি৷ ইয়ৰোপৰি চিকেন চুপ, মালাই কোফতা, পিজ্জা মাৰ্গাৰিটা, পেনকেক, পনিৰ ভুৰ্জি আদিও চাৰ্ছ কৰিছে গুগলত৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ অন্য এক জনপ্ৰিয় খাদ্য আনাৰস ৰেছিপিও চাৰ্ছ কৰা হৈছে গুগলত৷ আনহাতে পৰ্ণষ্টাৰ মাৰ্টিনি নামৰ খাদ্যবিধো সৰ্বাধিক চাৰ্ছ কৰা হৈছে গুগলত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
Next Post
চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.