• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

7 months ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

17 minutes ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

1 hour ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

2 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

3 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

4 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

5 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

6 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

7 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

editor by editor
August 18, 2025
in জীৱনশৈলী
0
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাৰদোৎসৱৰ ঠিক পূৰ্বেই গণেশ চতুৰ্থী৷ মা দুৰ্গাই মৰ্ত্যলৈ অহাৰ পূৰ্বেই ধৰণীত পূজিত হয় সিদ্ধিদাতা গণেশ৷ এই বছৰ দুৰ্গাপূজা আগুৱাই অহাৰ কাৰণে আগুৱাইছে গণেশ চতুৰ্থীও৷ সেই হিচাপত এইবাৰ গণেশ চতুৰ্থী কেতিয়া?

২৬ নে ২৭ আগষ্টত গণেশ পূজা?

স্কন্দপুৰাণত বৰ্ণিত নিয়ম অনুসৰি, ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত অনুষ্ঠিত হয় গণেশ চতুৰ্থী৷ কেলেণ্ডাৰৰ মতে এই বছৰ ২৭ আগষ্টত গণেশ চতুৰ্থী৷ পঞ্জিকা মতে এই তাৰিখৰ কিছু হেৰফেৰ আছে৷ জানি থওক গুপ্ত প্ৰেছ পঞ্জিকাত কি কৈছে?

বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে কেতিয়া পালিত হব পূজা?

বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ চতুৰ্থী তিথি৷

চতুৰ্থী তিথি আৰম্ভ হৈছে ৯ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৬ আগষ্ট মঙ্গলবাৰ৷ সময় দুপৰীয়া ১ বাজি ৫৬ মিনিট৷

চতুৰ্থী তিথি শেষ হব ১০ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৭ আগষ্ট বুধবাৰ৷ সময় হৈছে দুপৰীয়া ৩ বাজি ৪৫ মিনিট৷

গুপ্তপ্ৰেছ পঞ্জিকা মতে কেতিয়া পালিত হব পূজা?

গুপ্তপ্ৰেছ পঞ্জিকা মতেও চতুৰ্থী তিথি দুদিন আছে৷

চতুৰ্থী তিথি আৰম্ভ হ’ব ৯ ভাদ মঙলবাৰে৷ অন্যহাতে ইংৰাজী তাৰিখ মতে ২৬ আগষ্ট মঙ্গলবাৰৰ দুপৰীয়া ১২ বাজি ৫২ মিনিট ৮ ছেকেণ্ডত তিথি আৰম্ভ হব৷

চতুৰ্থী তিথি শেষ হব ১০ ভাদত৷ অন্যহাতে ইংৰাজী তাৰিখমতে ২৭ আগষ্ট বুধবাৰে দুপৰীয়া ২ বাজি ১৮ মিনিট ৩১ ছেকেণ্ডত শেষ হব চতুৰ্থী তিথি৷

গণেশ পূজাৰ শুভ সময়?

দুই পঞ্জিকামতে দুদিন ধৰি তিথি হলেও পূজাৰ শুভ সময় ২৭ আগষ্টই৷ এই দিনটোত পুৱা ১১ বাজি ০৫ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৪০ মিনিট পৰ্যন্ত পূজাৰ শুভ সময় আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
Next Post
গণেশৰ মূৰ্তি বা ফটো স্থাপনৰ সময়ত নকৰিব এই ৫ ভুল, দুৰ্ভাগ্যৰ মুকলি কৰিব পাৰে দ্বাৰ

ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন