• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ আদালতত গুলীয়াগুলী, নিহত ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গী

দিল্লীৰ আদালতত গুলীয়াগুলী, নিহত ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গী

5 years ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

30 minutes ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

1 hour ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

2 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

15 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

16 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

16 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

17 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

17 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

18 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

19 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

19 hours ago
Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীৰ আদালতত গুলীয়াগুলী, নিহত ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গী

editor by editor
September 24, 2021
in অপৰাধ, গুৱাহাটী, ভাৰত
0
দিল্লীৰ আদালতত গুলীয়াগুলী, নিহত ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গী
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আদালতৰ মজিয়াতো সুৰক্ষিত নহয় বিচাৰৰ বাবে অহা ব্যক্তি৷ আজি দিল্লীৰ ৰোহিনী ক’ৰ্টত সংঘটিত এক গুলীয়াগুলীৰ ঘটনাৰ পাছতে উত্থাপন হৈছে এই প্ৰসংগ৷ বিচাৰৰ বাবে অহা ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ জিতেন্দ্ৰ গ’গীৰ মৃত্যু ৰোহিনী ক’ৰ্টত৷ ৰোহিনী ক’ৰ্টত সংঘটিত এই গুলীয়াগুলীত প্ৰতিপক্ষৰ গুলীত নিহত হয় দিল্লীৰ ম’ষ্ট ৱাণ্টেড জিতেন্দ্ৰ গ’গী৷ আক্ৰমণত নিহত হয় মুঠ ৪ গৰাকী ব্যক্তি৷ আদালতলৈ শুনানীৰ বাবে অনা হৈছিল জিতেন্দ্ৰ গ’গীক৷ ঘটনাস্থলীত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ হস্তক্ষেপত নিয়ন্ত্ৰলৈ আহে পৰিস্থিতি৷ আৰক্ষীৰ গুলীত নিহত হয় দুই আক্ৰমণকাৰী৷ ঘটনাৰ পাছতেই আদালতৰ মজিয়াত সুৰক্ষা ব্যৱস্থাৰ প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24gangstar jitendra gogirohini court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ
ভাৰত

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

June 13, 2026
বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা
বিনোদন

বিশ্ববাসীৰ সন্মুখত লাজতে নাক কটা গ’ল আমেৰিকাৰ! ফুটবল বিশ্বকাপৰ মাজতে হ’ল এই ঘটনা

June 13, 2026
Next Post
২০১৬ চনত কাজিৰঙাৰ বান্দৰডুবি-দেওচুৰত উচ্ছেদ

২০১৬ চনত কাজিৰঙাৰ বান্দৰডুবি-দেওচুৰত উচ্ছেদ

শক্তি বিভাগৰ কাণ্ড

শক্তি বিভাগৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.