শক্তি বিভাগৰ কাণ্ড। দেখিলে ভয়তে দেহত হাত-ভৰি লুকাব। কোনোবা এজন যে কেতিয়াবা ধৰফৰাই মৰিব সেয়া খাটাং। মানুহ মৰাৰ ফাণ্ড পাতিছে শক্তি বিভাগে।