• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

1 year ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

13 minutes ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

31 minutes ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

1 hour ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

3 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

6 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

7 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

8 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

21 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

editor by editor
April 19, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৈশৱৰ পৰা যুদ্ধ, মৃত্যু, ৰক্তপাত, আত্মীয়ক হেৰুওৱা, কান্দোন আদিত তেওঁলোক অভ্যস্ত৷ ভয়ংকৰ এক পৰিবেশৰ মাজতেই পাৰ হৈছে তেওঁলোকৰ পখিলা খেদা বয়সৰ পৰা আৰম্ভ কৰি যৌৱন৷ যৌৱনত শিক্ষা জীৱন সামৰি আৰম্ভ হৈছিল আন এক যাত্ৰা৷ সাংবাদিকতাক পেছা হিচাপে লৈ গাজাত চলি থকা ধ্বংসলীলাৰ সেই দৃশ্যসমূহ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কামত ব্ৰতী হৈ পৰিছিল তেওঁ৷ ২৫ বছৰীয়া সেই তৰুণীৰ নাম ফাতিমা হাছৌনা৷ তেওঁ গাজাৰ চিত্ৰ সাংবাদিক৷ সেই যুৱসাংবাদিকগৰাকীয়েই ইজৰাইলী আক্ৰমণত হেৰুৱালে প্ৰাণ৷ বিমানযোগে চলোৱা এক আক্ৰমণত মৃত্যু হৈছে তেওঁৰ৷

যুদ্ধবিধ্বস্ত গাজাৰ এখনৰ পাছত এখন ছবি তুলি বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিছিল ফাতিমাই৷ প্ৰতি মুহূৰ্ততে মৃত্যুক সংগী কৰি চলা ফাতিমাইয়ো জানিছিল আজি নতুবা কাইলৈ মৃত্যু অৱধাৰিত৷ কিন্তু মৃত্যু আহিব বুলিয়েই তেওঁ কৰ্ম ত্যাগ কৰা নাছিল৷ নিজৰ লক্ষ্যত অবিচল থাকি গাজাৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ ঢপলিয়াই ফুৰিছিল৷ কেতিয়াবা ইজৰাইলী সেনাৰ ৰক্তচক্ষুক চেলেঞ্জ কৰি তুলি ধৰিছিল যদি কেতিয়াবা তুলি ধৰিছিল গাজাৰ বাসিন্দাৰ ওপৰত চলোৱা নিৰ্মোহ আক্ৰমণৰ ছবি৷

মৃত্যুৰ কেইটামান দিন পূৰ্বে ফাতিমাই সামাজিকমাধ্যমত এটা লেখা লিখিছিল৷ তেওঁ লিখিছিল, ‘মোৰ যদি মৃত্যু হয় তেতিয়া যেন সেই মৃত্যু ব্ৰেকিং নিউজৰ মাজত সীমাবদ্ধ নাথাকে৷ অথৱা মৃত্যুৰ তালিকাত আৰু এটা সংখ্যা যোগ হ’ল বুলিয়েই সেই বাতৰি শেষ হৈ নাযায়৷ মোৰ মৃত্যু এনেকুৱা হওক যি বিশ্বই দেখে৷ সমগ্ৰ বিশ্বতে মোৰ মৃত্যুৰ প্ৰভাৱ থাকি যায়৷ কেৱল সময় আৰু স্থানৰ মাজত মোৰ মৃত্যু সীমাবদ্ধ নাথাকে৷’
দুৰ্ভাগ্যজনকভাৱে বুধবাৰে তেওঁৰ সেই ইচ্ছাপূৰণ হৈছে৷ ইজৰাইলী বিমান আক্ৰমণত উত্তৰ গাজাত থকা নিজা ঘৰতেই মৃত্যু হৈছে সাংবাদিক ফাতিমাৰ৷ ঘটনাটো বৃহস্পতিবাৰে আছিল তেওঁৰ বিবাহ৷ সেইবাবে ফাতেমা ঘৰতেই আছিল৷ কিন্তু বিবাহৰ মাত্ৰ এদিন পূৰ্বে ইজৰাইলী বিমান আক্ৰমণত ফাতিমা আৰু তেওঁৰ পৰিয়ালৰ ১০জন সদস্যৰ মৃত্যু হৈছে৷ এই আক্ৰমণত তেওঁৰ অন্তঃসত্ত্বা ভনীয়েকৰ মৃত্যু হৈছে৷
উল্লেখ্য যে গাজাত ইজৰাইলী আক্ৰমণ আৰু তেওঁৰ জীৱনীৰ ওপৰত এখন তথ্যচিত্ৰ ফ্ৰান্সৰ ফিল্মোৎসল আৰু কাঁ ফিল্মফেষ্টিভেলত দেখুওৱা হ’ব বুলি মৃত্যুৰ ২৪ ঘণ্টাৰ পূৰ্বেই ঘোষণা কৰিছিল ফাতিমাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ
বিনোদন

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

July 5, 2026
Next Post
৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.