• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

4 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

1 hour ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

2 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

5 hours ago
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

1 day ago
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

editor by editor
May 29, 2026
in বিবিধ, ভাৰত, লেখা
0
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাজিয়াবাদৰ লনীত বেলেগ ধৰণেৰে ঈদ উদযাপন কৰা হৈছে। বহু মুছলমান পৰিয়ালে বিধায়ক নন্দকিশোৰ গুৰজাৰৰ ঈদৰ আহ্বানক সমৰ্থন কৰে। বিধায়কজনৰ নিৰ্দেশৰ পিছতে ছাগলী বলি দিয়াৰ পৰিৱৰ্তে মানুহে ছাগলী আকৃতিৰ কেক কাটি ঈদৰ শুভেচ্ছা আদান-প্ৰদান কৰি ভাতৃত্ববোধৰ বাৰ্তা বিয়পায়।

এইবাৰ গাজিয়াবাদৰ ল’নীৰ ৰাইজে সাক্ষী হৈছিল এক অনন্য ঈদ উল-আজহাৰ। বিজেপিৰ বিধায়ক নন্দ কিশোৰ গুৰজাৰে বাসিন্দাসকলক পশু বলিৰ পৰা আঁতৰি তাৰ পৰিৱৰ্তে প্ৰতীকী ছাগলীৰ প্ৰতিমূৰ্তি বা ছাগলী আকৃতিৰ কেট কাটি ঈদ উদযাপন কৰিবলৈ আহ্বান জনায়। এই আবেদনৰ পিছত বহু পৰিয়ালে পৰম্পৰাগত বলিদানৰ পৰিৱৰ্তে কেক আৰু প্ৰতীকীৰ পথ বাছি লৈ সাধাৰণভাৱে বকৰিদ উদযাপন কৰে।

ল’নীৰ বাসিন্দা খালিদ, চান্দ, আৰবাজ, কামৰুদ্দিন আনছাৰী, হাজী লিয়াকত, হাজী বাবু, আদিয়ে এই পদক্ষেপৰ নেতৃত্ব দিয়ে। সকলোৱে সমাজ আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে। সময়ৰ লগে লগে পৰিৱৰ্তন প্ৰয়োজনীয়, প্ৰকৃতিক ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলি তেওঁলোকে গুৰুত্ব আৰোপ কৰে।

বিধায়ক নন্দকিশোৰ গুৰজাৰে এই পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয় যে লনীৰ মুছলমান সমাজে এটা ভাল আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। ই আনৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব। তেওঁ কয় যে একেলগে উৎসৱ উদযাপন কৰি পৰিৱেশৰ যত্ন লোৱাৰ ধাৰণাটো প্ৰশংসনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!
জীৱনশৈলী

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

May 29, 2026
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!
বিনোদন

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

May 29, 2026
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?
জীৱনশৈলী

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

May 29, 2026
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 
জীৱনশৈলী

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

May 29, 2026
Next Post
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন... আওকাণ নকৰিব এই লক্ষণ

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন