• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ

পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ

4 years ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

18 minutes ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

2 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

2 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

2 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

3 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

3 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

4 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

5 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

6 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

7 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

8 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ

editor by editor
February 19, 2022
in বিবিধ
0
পুৰুষৰ সৈতে কৰা নাছিল শাৰীৰিক সম্পৰ্ক: তথাপিও প্ৰেগনেঞ্চিৰ ৰিপ’ৰ্ট আহিল পজিটিভ
0
SHARES
846
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত এতিয়াও সন্তানক যৌন শিক্ষা দিয়া নহয়৷ ভাৰতৰ অভিভাৱসকলৰ মাজত যৌনতাক লৈ এতিয়াও শুচিবায়ুগ্ৰস্ততা আছে৷ যাৰ ফলত বৰ্তমান প্ৰজন্মই যৌনতাৰ বিষয়ে নিজ পিতৃ-মাতৃৰ সৈতে কোনো কথাই মুকলিকৈ আলোচনা কৰিব নোৱাৰে৷

কিন্তু পশ্চিমীয়া দেশত যৌনতাকলৈ অভিভাৱকৰ মাজত বিশেষ শুচিবায়ুগ্ৰস্ততা নাই৷ তেওঁলোকে সন্তানৰ সৈতে যথেষ্ট মুকলি মনেৰে যৌনতাৰ বিষয়ে আলোচনা কৰে৷ আৰু তেনে পৰিৱেশৰ বাবেই এসময়ত এগৰাকী কিশোৰীয়ে এক নিকট বিপদৰ পৰা ৰক্ষা পৰে৷

যুৱতীগৰাকীৰ নাম কেটি৷ বৰ্তমান তাই বয়স ২৭ বছৰ৷ ১৭ বছৰ বয়সত তাইৰ জীৱনত ঘটিল এক আশ্বৰ্যজনক ঘটনা৷

কেটিৰ এজন প্ৰেমিক আছিল৷ ইতিমধ্যে প্ৰেমিকৰ সৈতে কেটিৰ বিচ্ছেদ ঘটিছে৷ বিচ্ছেদ ঘটাৰ কে’বামাহৰ পিছত হঠাতে কেটিয়ে অনুভৱ কৰিলে যে তাই গৰ্ভৱতী হৈছে৷ ইতিমধ্যে তাইৰ মাহেকীয়া বন্ধ হৈছে৷

কেটিয়ে প্ৰেগনেঞ্চি কিট এটা আনি টেষ্ট কৰিলে৷ টেষ্টত ৰিপ’ৰ্ট পজিটিভ আহে৷ তাই দুঃচিন্তাত পৰিল৷ কেনেকৈ তাই গৰ্ভৱতী হ’ল? কাৰণ প্ৰেমিকেৰে বিচ্ছেদ হোৱাৰ পিছৰে পৰা যোৱা কে’বামাহো ধৰি তাই কোনো পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাই৷

তাই কথাটো কাকো ক’ব নোৱাৰি দুঃচিন্তা আৰু বাঢ়িল৷ বিচ্ছেদ হোৱাৰ বাবে প্ৰাক্তন প্ৰেমিকো তাই কথাটো ক’ব নোৱাৰা হ’ল৷ দুঃচিন্তাত তাই খাব বব নোৱাৰা হ’ল৷ কে’বাদিনো দুঃচিন্তাত থকাৰ পিছত তাই এক সিদ্ধান্ত ল’লে৷

তাইক কথাটো মাতৃক কোৱাৰ সিদ্ধান্ত ল’লে৷ মাতৃক ক’লে যে কে’বামাহো ধৰি কোনো পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন নকৰাকৈ গৰ্ভৱতী হৈছে৷ প্ৰেগনেঞ্চি টেষ্টত পজিটিভ অহাৰ কথাও ক’লে৷

ইয়াৰ পিছতে কেটিৰ মাত়ৃয়ে প্ৰেগনেঞ্চি কীটো আনিবলৈ ক’লে৷ তাই কীটটো আনি মাতৃক দিলে৷ মাতৃয়ে কীটটো চাই দেখে যে সেয়া প্ৰেগনেঞ্চি টেষ্ট কীট নহয়৷

সেয়া আচলতে উভিলেশ্যন টেষ্ট কীটহে আছিল৷ কেটিৰ সেই সময়ত উভিউলেশ্যন চলি আছিল৷ সেয়ে সেই কীটেৰে টেষ্ট কৰাত তাইৰ পজিটিভ আহিছিল৷

কেটিয়ে এতিয়া প্ৰায় ১০ বছৰ পিছত ঘটনাটো শ্বেয়াৰ কৰিছে৷ মাতৃৰে যৌনতাৰ বিষয়ে মুকলিকৈ আলোচনা কৰাৰ বাবেহে যে তাই এক সংকটৰ পৰা ৰক্ষা পৰিল সেয়াও তাই প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalsex education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ
বিজ্ঞান

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ

প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ

উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.