• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ

প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ

4 years ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

14 minutes ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

42 minutes ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

1 hour ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

2 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

2 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

3 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

4 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

5 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

5 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

21 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ

editor by editor
February 19, 2022
in Uncategorized
0
প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ : ম’ব লিঞ্চিঙত মৃত্যু প্ৰেমিকৰ
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা অতি দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে৷ প্ৰেমিকৰ চকুৰ সন্মুখতে ম’ব লিঞ্চিঙত মৃত্যু হৈছে এগৰাকী যুৱকৰ৷

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগত৷ কলকতাৰ বাৰুইপুৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত বেগমপুৰ গাঁও পঞ্চায়তৰ ২০০ নম্বৰ কলনীত এই নাৰকীয় কাণ্ড সংঘটিত হৈছে৷

আৰক্ষীয়ে ঘোষণা কৰা ঘটনাৰ বিৱৰণী অনুসৰি যুৱকজনে প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ কৰিছিল৷ নৈশ ভ্ৰমণ কৰি থকাৰ সময়েত তেওঁলোক ঘটনাটো সংঘটিত ঠাইত উপস্থিত হৈছিল৷

স্থানীয় লোকে প্ৰেমিক-প্ৰেমিকা হালক আৱদ্ধ কৰি প্ৰেমিকক চোৰ বুলি শাৰীৰিকভাৱে আক্ৰমণ কৰে৷ স্থানীয় লোকৰ মতে উক্ত অঞ্চলত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত হৈ আছিল৷

স্থানীয় লোকে যুৱকজনক লেম্পপোষ্টত বান্ধি প্ৰহাৰ কৰিবলৈ ধৰে৷ আৰক্ষীয়ে খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে৷ আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ মুমূৰ্ষ অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে যুৱকজনৰ মৃত্যু ঘটে৷ চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে৷ মৃত যুৱকজনৰ নাম আবিক মুৰ্খাজী বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে যে, প্ৰেমিকাৰ চকুৰ সন্মুখতে এদল উন্মত্ত লোকৰ হাতত এগৰাকী নিৰীহ যুৱকে প্ৰাণ হেৰুওৱায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalmob lynching
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

উত্তৰ পূৱত নিৰ্মাণ হ’ব প্ৰথমটো বাইক মটৰ ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্স

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.