• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল তৰুণী শিক্ষাৰ্থী… বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?

11 months ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

56 seconds ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

10 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

11 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

12 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

13 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

14 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

15 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

16 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল তৰুণী শিক্ষাৰ্থী… বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?

অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল শিক্ষাৰ্থী... বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?

editor by editor
April 15, 2025
in জীৱনশৈলী
0
অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল তৰুণী শিক্ষাৰ্থী… বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?
0
SHARES
439
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছচিয়েল মিডিয়া আৰু অনলাইন ক্লাছ এই দুই মিলিয়েই গঢ়ি উঠিছিল এক সম্পৰ্ক৷ প্ৰেম, ভৰসা, প্ৰতিশ্ৰুতি সকলো আছিল এই সম্পৰ্কত৷ কিন্তু যেতিয়া প্ৰেমিকেই গণিতৰ শিক্ষক, তেতিয়া প্ৰেমৰ ফলাফলো যেন আৰু এক অদ্ভুত অংক৷ সেই অংকৰ উত্তৰ পালে এগৰাকীৰ তৰুণীয়ে৷ বিবাহৰ পূৰ্বেই পালে উত্তৰ৷ ২৭ বছৰ বয়সীয়া এগৰাকী তৰুণীয়ে পঢ়াশুনা কৰিছিল অনলাইনত৷

ইউটিউবত গণিত শিকাইচিল বিহাৰৰ বাসিন্দা শিক্ষক বিকাশ কুমাৰে৷ নিয়মিত ক্লাছ কৰোতে কৰোতে তৰুণী প্ৰেমত পৰে শিক্ষকৰ৷ ধীৰে ধীৰে ইনষ্টাগ্ৰাম ৰিলৰ পৰা ইউটিউব ক্লাছ, আৰু তাৰ পৰাই মোবাইল চাট৷ সম্পৰ্ক আৰু গভীৰ হৈ গৈ থাকে৷ এসময়ত বিকাশে জবলপুৰলৈ আহে তৰুণীৰ সৈতে দেখা কৰিবলৈ৷ আৰু ৰে’লষ্টেচনৰ কাষত এখন হোটেললৈ যায় দুয়ো৷

১২ মাৰ্চত দুয়োৰে দুয়োৰে সৈতে দেখা হয়৷ তৰুণীগৰাকীয়ে প্ৰেমিকৰ ওপৰত ভৰসা কৰিয়েই হোটেললৈ গৈছিল৷ তাতেই বিবাহৰ প্ৰতিশ্ৰুতিও দিছিল৷ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বিকাশে৷ ইয়াৰপাছতেই আকৌ বিহাৰলৈ ওভতি যায়৷ ২০২৪ চনৰ ১২ মাৰ্চেই সলাই দিলে যুৱতীৰ ভাগ্য৷ বিকাশে সেইদিনা যুৱতীক কথা দিছিল- মই তোমাক বিয়া কৰাম, বিশ্বাৰ ৰাখিবা৷

কিন্তু সম্পৰ্ক যেতিয়া বিবাহৰ দিশলৈ আগুৱাই যায় তেতিয়াই সলনি হৈ পৰে শিক্ষকৰ ৰূপ৷ তৰুণীক ধমকি দিবলৈ আৰম্ভ কৰে বিকাশে৷ আনকি তৰুণীৰ পৰিয়ালৰ সকলোকে মাৰি পেলোৱাৰো ধমকি দিয়ে৷ আতংকিত হৈ থকা তৰুণীয়ে অৱশেষত পৰিয়ালৰ ওচৰত সকলো খুলি কয়৷ ইয়াৰ পাছতেই থানাত বিকাশৰ বিৰুদ্ধে ধৰ্ষণসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে৷ অবশ্যে অংক ছাৰ বিকাশ গ্ৰেপ্তাৰ হ’লনে সেয়াহে জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

March 17, 2026
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
Next Post
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

গুৰুত্বপূৰ্ণ বৈঠকৰে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে, নতুন বছৰত নতুন কি সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন