• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…

ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…

3 years ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

23 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

1 hour ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

14 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…

editor by editor
April 6, 2023
in জীৱনশৈলী, ভাৰত
0
ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈ মোবাইল গিলি পেলালে এগৰাকী কিশোৰীয়ে। ঘটনাটো মধ্যপ্ৰদেশৰ ভিণ্ডে জিলাৰ। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ১৮ বছৰীয়া কিশোৰীগৰাকীৰ হাতত আছিল মোবাইল ফোনটো। কিন্তু তেওঁৰ ভাতৃয়ে প্ৰায় প্ৰতিসময়তে মোবাইলটো ব্যৱহাৰ কৰিব খুজি বায়েকক আমনি কৰিছিল। একাধিকবাৰ বায়েকে ফোনটো নল’বলৈ সঁকিয়াই দিয়া স্বত্ত্বেও সি কথা নুশুনাত বায়েকৰ খং উঠে। তাৰপাছতেই ভাতৃ আৰু কিশোৰীগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত। এই কাজিয়াই গৈ এনে এটা পৰ্যায় পাবগৈ বুলি পৰিয়ালৰ লোকেও হয়তো কল্পনা কৰা নাছিল। মোবাইলো হঠাতেই নোহোৱা হোৱাত পৰিয়ালৰ লোকে ভাৱিছিল যে কিশোৰীগৰাকীয়ে ফোনটো কৰোবাত লুকুৱাই থৈছে।

ক’তো ফোনটো বিচাৰি নাপায় অৱশেষত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক প্ৰশ্ন কৰাত মোবাইটো গিলি দিয়া বুলি মন্তব্য কৰে। ইপিনে কিশোৰীগৰাকী কিছু অসুস্তও হৈ পৰিছিল। পেটৰ অসহ্য যন্ত্ৰণাও আৰম্ভ হৈছিল। লগে লগেই পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তী কৰোৱাৰ পাছতেই সকলো অবাক হৈ পৰে। কিশোৰীগৰাকীৰ পাকস্থলীত মোবাইল ফোনটো লাগি ধৰাৰ বাবেই অসহ্য বিষ হোৱা বুলি চিকিৎসকে জনায়। ফোনটো ওলিয়াবৰ বাবে দুঘণ্টা জোৰা এক জটিল অস্ত্ৰোপছাৰ কৰে চিকিৎসকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
Next Post
পঞ্জাৱত বন্ধ হৈছে অসমত আৰম্ভ হৈছে! পকেট খালী কৰিবলৈ ঠায়ে ঠায়ে ২৭খন টোলগেট ৰৈ আছে…

পঞ্জাৱত বন্ধ হৈছে অসমত আৰম্ভ হৈছে! পকেট খালী কৰিবলৈ ঠায়ে ঠায়ে ২৭খন টোলগেট ৰৈ আছে...

পেট ওলোৱা মদাহী আৰক্ষী দেখিব নালাগিব! নৱ নিযুক্ত ১৭০০ আৰক্ষী জোৱানলৈ মুখ্যমন্ত্ৰীৰ আন কি কি সাৱধানবাণী?

পেট ওলোৱা মদাহী আৰক্ষী দেখিব নালাগিব! নৱ নিযুক্ত ১৭০০ আৰক্ষী জোৱানলৈ মুখ্যমন্ত্ৰীৰ আন কি কি সাৱধানবাণী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.