• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

5 months ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

17 minutes ago
প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

33 minutes ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

1 hour ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

3 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

3 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

4 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

21 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

21 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

22 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

editor by editor
May 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভগৱান শিৱক সন্তুষ্ট কৰা সহজ৷ আমি প্ৰায় সকলোৱেই সেই কথা জানো৷ কিন্তু মহাদেৱ যেনেকৈ অলপতে সুখী হয় তেনেকৈ অলপতে অসন্তুষ্টও হয়৷ শিৱৰ আশীৰ্বাদ যদি এবাৰ আপোনাৰ ওপৰত পৰে তেতিয়া স্বয়ং শনিদেৱেও আপোনাৰ ক্ষতি কৰিব নোৱাৰে৷ যিকোনো কামতে সফল হ’বই৷ ৰোগব্যাধিৰ চিন্তাও দূৰ হয়৷ তেতিয়া যিকোনো সৰু সামগ্ৰী এবিধ আগবঢ়ালেই সুখী হয় মহাদেৱ৷ বিশেষ কিছু সামগ্ৰী আছে যিসমূহ মহাদেৱৰ পূজাত ব্যৱহাৰ কৰা অনুচিত৷ অন্যথা বেয়া কৰ্মফল ভোগ কৰিব পাৰে৷ এই সমস্ত সামগ্ৰী শিৱক দান কৰিলে শনিদেৱ ৰুষ্ট হয় বুলি জনাইছে শাস্ত্ৰ৷ বিগত জন্মৰ কৰ্মৰ ফলো এই জন্মত ভোগ কৰিব লগা হ’ব পাৰে৷ কি কি সামগ্ৰী দিয়া নিষেধ৷

মহাদেৱক কি কি সামগ্ৰী দিলে বেয়া কৰ্মফল ভোগ কৰিব লগা হ’ব পাৰে?

তুলসীপাতঃ মহাদেৱে তুলসীপাত মুঠেও পছন্দ নকৰে৷ সেয়ে মহাদেৱৰ পূজাত তুলসীপাত ব্যৱহাৰ কৰিলে বেয়া কামৰ ফল ভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি পায় বুলি ধাৰণা কৰা হয়৷
শংখঃ হিন্দু ধৰ্মৰ পূজাত শংখ বজোৱাৰ প্ৰথা আছে৷ বহু ক্ষেত্ৰত জলশংখ ব্যৱহাৰ কৰাও দেখা যায়৷ কিন্তু শিৱৰ পূজাত শংখৰ ব্যৱহাৰ কৰা অনুচিত৷ অন্যথা বিগত জন্মত কৰা বেয়া কামৰ কৰ্মফলো এই জন্মত ভোগ কৰিব লগা হ’ব পাৰে৷
হালধিঃ হিন্দুধৰ্মৰ পূজাত হালধি ব্যৱহাৰ কৰাৰ ৰীতি আছে৷ কিন্তু শিৱৰ পূজাত হালধি ব্যৱহাৰ কৰাটো নিষিদ্ধ৷
ৰঙা ফুলঃ ৰঙা ফুল মহাদেৱে মুঠেও পছন্দ নকৰে৷ এই ফুলৰ ব্যৱহাৰ কৰিলে বেয়া কৰ্মফলৰ প্ৰভাৱ ভোগৰ আশংকা বৃদ্ধি পায় বুলি ধাৰণা কৰা হয়৷
নাৰিকলৰ পানীঃ বহুতেই শিৱৰ মূৰত নাৰিকলৰ পানী ঢালে৷ এই কাম কৰা মুঠেও উচিত নহয়৷ ভোলেনাথৰ আৰাধনাত এই সামগ্ৰী ব্যৱহাৰ কৰিলে জীৱনত দুখ নকমে৷
কেতেকীফুলঃ শিৱৰ অত্যন্ত অপছন্দৰ ফুলেই হৈছে কেতেকীফুল৷ এই ফুল দান কৰিলে ৰুষ্ট হয় ভোলেনাথা৷ বেয়া কামৰ ফল ভোগ কৰিব লগা হয়৷ জীৱন বেৰঙী হৈ পৰে৷
সেন্দূৰঃ সেন্দূৰ সাধাৰণতে দেৱীদেৱৰ পূজাত ব্যৱহাৰ কৰা হয়৷ শিৱৰ পূজাত সেন্দূৰ দান কৰা অনুচিত৷

বগা তিলঃ বহুতেই শিৱ পূজাত কলা তিল ব্যৱহাৰ কৰে৷ ক’লা তিল নাপালে বগা তিলেৰেই মহাদেৱৰ পূজা কৰে৷ বগা তিল কিন্তু মুঠেও পছন্দ নকৰে মহাদেৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
Next Post
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.