• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

5 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

3 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

3 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

4 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

5 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

5 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

7 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

7 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

8 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

editor by editor
May 7, 2026
in জীৱনশৈলী
0
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
0
SHARES
521
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামুদ্ৰিক শাস্ত্ৰ বা সমুদ্ৰশাস্ত্ৰ হৈছে বৈদিক জ্যোতিষৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। সমুদ্ৰশাস্ত্ৰ অনুসৰি আমাৰ শৰীৰৰ গঠন আৰু শৰীৰৰ বিভিন্ন অংশত থকা নানান চিহ্ন চাই জাতকৰ চৰিত্ৰ সম্পৰ্কে ধাৰণা কৰিব পাৰি। ভাগ্য গণনাও এই চিহ্ন চায়েই কৰিব পাৰিব। আঙুলিত থকা কোনসমূহ চিহ্নৰ দ্বাৰা ব্যক্তিৰ ভাগ্য সম্পৰ্কে ক’ব পাৰি? জানি থওক সবিশেষ।

হাতৰ আঙুলিত বহুতৰে চক্ৰ থাকে। পূৰ্ব জন্মত কোনো ভাল কাম কৰি আহিলে এই চিহ্ন ব্যক্তিৰ আঙুলিত থাকে। কাৰণ যিসকলৰ হাতত এই চক্ৰ থাকে তেওঁলোক অত্যন্ত সৌভাগ্যশালী হয়। তেওঁলোকৰ ভাগ্যত ৰাজসুখ থাকে। পূৰ্বজন্মৰ পূণ্যফলতহে আঙুলিত চক্ৰ দেখা যায়। কেইবাটাও জন্মৰ পূণ্যফল থাকিলে ব্যক্তিৰ জীৱন সুখকৰ হয়।

আঙুলিত থকা চক্ৰ প্ৰকৃততে কি?

হস্তৰেখা শাস্ত্ৰ অনুসৰি হাতৰ পতা বা আঙুলি উভয় স্থানত চক্ৰ থাকিলে অত্যন্ত শুভ। হাতৰ কৰোবাত চক্ৰ থাকিলে তাৰ ওপৰত ব্যক্তিৰ ভাগ্য নিৰ্ভৰ কৰে।

যিসকলৰ ব্যক্তিৰ আঙুলি বা হাতত এটা চক্ৰ থাকে তেওঁ অত্যন্ত বুদ্ধিমান হয়। নিজৰ বুদ্ধিৰ জোৰত তেওঁলোকে সাফল্য পায়।
হাতত দুটাকৈ চক্ৰ চিহ্ন থাকিলে সেই ব্যক্তি নানান প্ৰতিভাৰ অধিকাৰী হয়।
যাৰ হাতত তিনিটা চক্ৰ থাকে তেনে ব্যক্তি অত্যন্ত সৌভাগ্যশালী হয়। তেওঁলোকে যি কামতেই হাতত দিয়ে তাতেই সফলতা লাভ কৰে।
হাতত দুটা চক্ৰ থাকিলে সেই ব্যক্তি নানান প্ৰতিভাৰ অধিকাৰী হয়।
সিসকলৰ হাতত তিনিটা চক্ৰ থাকে, তেওঁলোক অত্যন্ত সৌভাগ্যশালী। তেওঁলোকে যিকামতেই হাত দিয়ে তাতেই সফলতা পায়।
হাতত চাৰিটা তক্ৰ থাকিলে কিন্তু শুভ নহয়। যিসকলৰ হাতত চাৰিটা চক্ৰ থাকে তেওঁলোকৰ জীৱনলৈ নানান সমস্যা আহে।
হাতত ৫টা চক্ৰ থকা ব্যক্তিয়ে সাহিত্যৰ দিশত সুনাম অৰ্জন কৰে।
যাৰ হাতত ৬টা চক্ৰ থাকে তেঁওলোক অতি বুদ্ধিমান আৰু সাহসী।
হাতত ৭টা চক্ৰ থকা ব্যক্তিৰ জীৱন আনন্দময় হয়।
হাতত ৮টা চক্ৰ থকা ব্যক্তিয়ে নানান স্বাস্থ্যজনিত সমস্যাত ভূগি থাকে।
৯টা চক্ৰ থকা ব্যক্তি অত্যন্ত ধনী হয়।
মুঠ ১০টা চক্ৰ থাকিলে সেই ব্যক্তিয়ে জীৱনত সকলো সুখ লাভ কৰি ৰজাৰ দৰে জীৱন কটায়।

চক্ৰটো হাতৰ কোন স্থানত আছে?

চক্ৰ হাতৰ কোন স্থানত আছে তাৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰে।
আঙুলিৰ একেবাৰে মূৰত চক্ৰ থাকিলে সেই ব্যক্তি ধনী আৰু সৌভাগ্যশালী হয়।
বুঢ়া আঙুলিত চক্ৰ থাকিলে তেনে ব্যক্তি সম্পদশালী, প্ৰভাৱশালী আৰু বুদ্ধিমান ব্যক্তি।
তৰ্জনীত চক্ৰ থাকিলে সেই জাতক ধনী আৰু বন্ধুৰ সাহায্যও লাভ কৰে।
মধ্যমা আঙুলিত যদি চক্ৰ থাকে তেন্তে তেনে জাতক ধনী হ’লেও কৃপণ স্বভাৱৰ হয়।
অনামিকা আঙুলিত যদি চক্ৰ থাকে তেন্তে সেই ব্যক্তি সৌভাগ্যশালী। ব্যৱসায়েৰেই তেওঁলোকে অৰ্থ উপাৰ্জন কৰে।
কেঙা আঙুলিত যদি চক্ৰ থাকে তেনে ব্যক্তিয়ে ৰাজনীতিত সফলতা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.