• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

4 years ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

5 minutes ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

1 hour ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

2 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

3 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

4 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

4 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

5 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

6 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

18 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

18 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

19 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

editor by editor
February 9, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজাৰত উপলব্ধ কোভিডৰ নতুন প্ৰতিৰোধক৷ প্ৰতিষেধক, টেবলেটৰ উপৰি এইবাৰ বজাৰত উপলব্ধ হ’ল কোভিড নেজেল স্প্ৰে’৷ DCGIৰ অনুমোদন লাভ কৰিলে ভাৰতৰ প্ৰথমটো নাকৰ স্প্ৰে’ Fabisprayয়ে৷ মুম্বাইৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান Glenmark Pharmaceuticals য়ে প্ৰস্তুত কৰিছে Fabispray৷ কোভিডৰ বিৰুদ্ধে ৯৪ শতাংশ কাৰ্যকৰী Fabispray৷ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত প্ৰকাশ পাইছে এই তথ্য৷

Fabisprayৰ কেইটামান বিশেষ তথ্য—

  • নাইট্ৰিক অক্সাইড নেজেল স্প্ৰে’ Fabispray প্ৰাপ্তবয়স্ক লোকেহে ব্যৱহাৰ কৰিব পাৰি৷ সংকটপূৰ্ণ কোভিড ৰোগীৰ ক্ষেত্ৰত কাৰ্যকৰী Fabispray৷
  • গ্লেনমাৰ্কৰ মতে, শ্বাসনলীত কোভিড ভাইৰাছ ধ্বংস কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে এই স্প্ৰে’৷
  • SARS-Cov-2 ৰ ওপৰত ভাইৰাছৰ প্ৰভাৱসহ এণ্টি-মাইক্ৰ’বিয়েল বৈশিষ্টযুক্ত Fabispray
  • কোভিডৰ বিৰুদ্ধে শাৰিৰীক আৰু ৰাসায়নিক বাধা হিচাপে কাৰ্য কৰে Fabisprayয়ে৷ শ্বাস-প্ৰশ্বাস আৰু যকৃতৰ সংক্ৰমণৰ বিৰুদ্ধে কাৰ্যকৰী  Fabispray৷
  • ভাৰতত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত পোৱা তথ্য অনুসৰি ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল লোড হ্ৰাস কৰে স্প্ৰে’ৰ ব্যৱহাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19fabispray
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
আপোনাৰ দিনটো আজি কেনে যাব?
বিবিধ

আপোনাৰ দিনটো আজি কেনে যাব?

June 26, 2026
Next Post
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.