• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

5 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

1 hour ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

2 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

3 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

4 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

5 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

6 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

7 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

8 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

editor by editor
February 9, 2022
in অসম, চিনেমা, বিশ্ব, ভাৰত
0
ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অস্কাৰ দৌৰত ব্যৰ্থ হৈছে ভাৰতত খলকনি তোলা জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’৷

 

দক্ষিণৰ চুপাৰষ্টাৰ সূৰ্য্যৰ অভিনীত ‘জয় ভীম’-এ অস্কাৰ দৌৰত শেষ মূহূৰ্ত ব্যৰ্থ হ’লেও ভাৰতৰ পৰা মনোনীত হৈছে অন্য এক ছবি৷

 

৯৪ সংখ্যক অস্কাৰলৈ মনোনীত উক্ত ভাৰতীয় ছবিখন হৈছে ‘ৰাইটিং উইথ ফায়াৰ’৷

 

মংগলবাৰে ৰাতি প্ৰকাশ কৰা তালিকাত স্থান লাভ কৰা এই ছবিখন হৈছে এখন ডকুমেণ্টৰি৷ অস্কাৰৰ ডকুমেন্টৰি ফিচাৰ বিভাগলৈ মনোনীত হোৱা এই ছবিখনৰ পৰিচালক দুগৰাকী হৈছে ক্ৰমে সুস্মিতা ঘোষ আৰু ৰিণ্টু থমাছ৷

 

এগৰাকী দলিত মহিলা সাংবাদিকৰ জীৱনৰ ওপৰত নিৰ্মিত পূৰ্ণ দৈঘ্যৰ এই তথ্যচিত্ৰখনত মহিলা সাংবাদিকগৰাকীয়ে কেনেকৈ এখন গাঁৱৰ সংবাদ পত্ৰক আগুৱাই নিছে সেই অভিজ্ঞতাক সাঙুৰি লোৱা হৈছে৷

 

উল্লেখ্য যে অস্কাৰলৈ মনোনীত হোৱাৰ পূৰ্বেই এই তথ্যচিত্ৰখনে কে’বাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই মুহূৰ্তলৈকে তথ্যচিত্ৰখনে ২০ টা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitaljai bhimOscarOscar 2022Writing with Fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
Next Post
দুয়োপালি ভেকচিন গ্ৰহণ কৰিলে চৰকাৰে দিব টকা!  SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত মহিলাৰ ভিৰ

দুয়োপালি ভেকচিন গ্ৰহণ কৰিলে চৰকাৰে দিব টকা! SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত মহিলাৰ ভিৰ

সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!

সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.