• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!

সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!

4 years ago

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

16 seconds ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

2 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

2 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

3 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

4 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

5 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

5 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

6 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

7 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

8 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

8 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!

editor by editor
February 9, 2022
in অসম, ভাৰত
0
সুলকি পৰিল উৰন্ত বিমানৰ দুৱাৰ; কথমপি প্ৰাণৰক্ষা ৭০ বিমান যাত্ৰীৰ!
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন বিমান৷ উৰন্ত বিমানখনৰ পৰা খহি পৰিল বিমানত সংলগ্ন দুৱাৰ৷ কথমপি ৰক্ষা পৰিল প্ৰায় ৭০ গৰাকীকৈ বিমান যাত্ৰীৰ জীৱন৷

এই ভয়ানক ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ পৰা গুজৰাটগামী এখন বিমানত৷

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে দ্য এয়াৰলেন্স এয়াৰ-এৰ এটিআৰ ৭২-৬০০ বিমানখনে পুৱা মুম্বাইৰ পৰা গুজৰাট অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে হঠাতে ইঞ্জিনত সংলগ্ন হৈ থকা দুৱাৰ অৰ্থাৎ ঢাকোনখন সুলকি তললৈ খহি পৰে৷

ঘটনাটো সংঘটিত হোৱাৰ পিছতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল বিভাগৰ দৃষ্টিগোচৰ হয় আৰু তৎক্ষণাৎ পাইলটক এই বিষয়ে অৱগত কৰি সতৰ্ক কৰি দিয়ে৷

অৱশ্যে পলাইটে লক্ষ্যস্থান গুজৰাটৰ ভূজ বিমানবন্দৰত সুৰক্ষিতভাৱে বিমানখন অৱতৰণ কৰোৱায় আৰু কোনো যাত্ৰী হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে৷

বিমানখনত থকা ৭০ গৰাকী যাত্ৰী আটাইকেইগকাৰীয়ে সুৰক্ষিত বুলি প্ৰকাশ কৰিছে ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যন(DGCA)এ৷

ইফালে DGCAএ বিমানখনৰ ইঞ্জিনৰ ঢাকোনখন কেনেকৈ সুকলি সৰি পৰিবলৈ পালে তাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে৷

উল্লেখ্য যে বিমান পৰিবহন সংস্থাটোৱে এটা সপ্তাহত দেশৰ ৪৭ টা বিমানবন্দৰত সৰ্বমুঠ ৪৫০ টা উৰণ সমাপন কৰে৷ সেয়ে DGCAএ সমগ্ৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰি শীঘ্ৰেই তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alliance Airasom live 24assam live 24axom live 24axom live 24 digitalHorrific
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ

কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ

শীক্ষাৰ্থীয়ে নাপালে সকাহ! উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ ‘হিজাব পৰিধান’ৰ বিচাৰ

শীক্ষাৰ্থীয়ে নাপালে সকাহ! উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ ‘হিজাব পৰিধান’ৰ বিচাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.