• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

3 weeks ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

6 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

7 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

8 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

9 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

9 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

10 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

11 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

11 hours ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

12 hours ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

14 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

editor by editor
June 9, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পূৰ্বৰ তুলনাত অধিক অপৰাধপ্ৰৱণ, অশান্তিকৰ হৈ পৰিছে সমগ্ৰ বিশ্ব। শেহতীয়াকৈ গ্লোবেল পীচ ইণ্ডেক্সত প্ৰকাশ পাইছে এই তথ্য। তথ্য অনুসৰি বিশ্বৰ ৯৯খন দেশৰ সাম্প্ৰতিক পৰিস্থিতি অত্যন্ত চিন্তাজনক। ইনষ্টিটিউট অব ইকোনমিকছ এণ্ড পীচৰ তথ্য অনুসৰি বিশ্বৰ ৭৩% অঞ্চলতেই ২০০৭ৰ তুলনাত অশান্তিকৰ পৰিবেশ বৃদ্ধি পাইছে। এই তালিকা অনুসৰি বিশ্বৰ সবাটোকৈ শান্তিপূৰ্ণ দেশখন হৈছে আইচলেণ্ড। আইচলেণ্ডে ক্ৰমাগতভাৱে ১৯সংখ্যকবাৰৰ বাবে শান্তিপূৰ্ণ ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছে। ইয়াৰ পিছতেই এই তালিকাত আছে ক্ৰমে নিউজীলেণ্ড, ছুইজাৰলেণ্ড, শ্লোভেনিয়া আৰু আয়াৰলেণ্ড। লক্ষণীয়ভাৱে সবাটোকৈ অশান্ত ৰাষ্ট্ৰ তালিকাৰ প্ৰথমেই আছে ৰাছিয়া। ৰাছিয়াৰ পিছতে আছে আফ্ৰিকান দেশ ছুডান, ডেমক্ৰেটিক ৰিপাব্লিক অব কংগো, ৰাছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিৱেশৰ মাজত থকা ইজৰাইল। GPIৰ তথ্য মতে দক্ষিণ এছিয়াতো দ্ৰুত হাৰত অৱনমিত হৈছে শান্তিপূৰ্ণ পৰিৱেশ। এই গৱেষণা মতে দক্ষিণ এছিয়াৰ দেশসমূহত পূৰ্বৰ তুলনাত দ্ৰুত হাৰত অৱনমিত হৈছে শান্তিৰ বাতাবৰণ।
উদাহৰণস্বৰূপে পূৰ্বৰ তুলনাত নেপাল ২৬ টা স্থান তললৈ অৱনমিত হয়। আনহাতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে এই তালিকাৰ ১৫২ সংখ্যক স্থানত আছে। অৱশ্যে ভাৰতে পূৰ্বৰ ১১৫নং স্থানতে অক্ষুণ্ণ আছে। আমেৰিকাই এই তালিকাৰ ১৩৪সংখ্যক স্থানত আছে। অৰ্থাৎ আমেৰিকাৰ স্থানত ভাৰততকৈও তলত।
GPIৰ তথ্য অনুসৰি ২০২৫ত বিশ্বৰ বিভিন্ন দেশত হোৱা যুদ্ধৰ পৰিৱেশে শান্তি বিঘ্নিত কৰাৰ উপৰিও আৰ্থিক দিশতো প্ৰভাৱ বিস্তাৰ কৰিছে। ২০১৮ৰ পৰা ২০২৫লৈ এই সময়ছোৱাত অত্যধুনিক প্ৰযুক্তিৰে নিৰ্মিত ড্ৰোন আক্ৰমণৰ ঘটনা ১১,৫০০% বৃদ্ধি পাইছে। যুদ্ধত ড্ৰোনৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ কেৱল একোখন দেশেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৫৬৫টা সন্ত্ৰাসবাদী সংগঠনেও এই সময়ছোৱাত কৰাৰ তথ্য প্ৰকাশ কৰিছে সংস্থাটোৱে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24gpi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?
নিয়োগ

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

June 29, 2026
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?
বিনোদন

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

June 29, 2026
Next Post
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.