অসম লাইভ২৪ঃ
গ্ৰেপ্তাৰ কৰা স্বামী পৰিয়ালৰ পৰা ধন বিচৰা আৰম্ভ কৰিছে আৰক্ষীয়ে
গোৱালপাৰা কাৰাগাৰৰ সন্মুখত বহু পৰিয়ালৰ প্ৰতিবাদ
সাক্ষাৎ কৰিলে ৬০০ টকা পৰ্যন্ত বিচাৰে আৰক্ষীয়ে
কিবা সামগ্ৰী দিয়াৰ বাবতো ঘোচ বিচাৰিছে আৰক্ষীয়ে
প্ৰথমতে গ্ৰেপ্তাৰ আৰু এতিয়া একাংশ আৰক্ষীৰ টকা সংগ্ৰহ
গোৱালপাৰাত ইয়াক লৈ ব্যাপক প্ৰতিবাদ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ