গহপুৰৰ বিধায়ক উৎপল বৰা ত্ৰাসৰ আন এক নাম। উৎপল বৰাৰ বাবেই দলীয় কৰ্মীৰ আত্মহত্যা। উৎপল বৰাৰ বাবেই দলীয় কৰ্মীৰ আত্মহত্যাৰ চেষ্টা। বিজেপি কৰ্মী নোমল শইকীয়াৰ আত্মহত্যা। ফেনাইল খাই আত্মহত্যাৰ চেষ্টা নিৰঞ্জন দাসৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ