• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

1 month ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

10 minutes ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

2 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

3 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

3 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

3 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

4 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

5 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

6 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

7 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

7 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

7 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

নতুন বেতন আয়োগৰ পৰামৰ্শ কেতিয়া কাৰ্যকৰী হ’ব?

editor by editor
July 16, 2026
in নিয়োগ, বিবিধ, ভাৰত
0
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম বেতন আয়োগ গঠন হোৱাৰ পিছৰে পৰা দৰমহা আৰু বিভিন্ন ভাট্টা বৃদ্ধিক লৈ ব্যাপক আলোচনা চলি আছে। এই সময়ছোৱাত বিশেষকৈ হাউছ ৰেণ্ট এলাউন্স (HRA) বৃদ্ধি হোৱাৰ সম্ভাৱনাক লৈ অধিক চৰ্চা হৈছে। এই চৰ্চাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ ৫০ লাখতকৈ অধিক কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনভোগীয়ে পাব পাৰে সুখবৰ। সাম্প্ৰতিক অনুমান অনুসৰি, যদি চৰকাৰে নতুন বেতন আয়োগত ২.০ ফিটমেণ্ট ফেক্টৰ (Fitment Factor) প্ৰয়োগ কৰে, তেন্তে লেভেল–১ৰ পৰা লেভেল–৫লৈকে কৰ্মচাৰীসকলৰ HRAত উল্লেখযোগ্য বৃদ্ধি হ’ব পাৰে। এই অনুসৰি, বিভিন্ন শ্ৰেণীৰ চহৰৰ ভিত্তিত HRA মাহে ১০,৮০০টকাৰ পৰা ১৭,৫২০টকা পৰ্যন্ত হ’ব পাৰে।

HRA কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

হাউছ ৰেণ্ট এলাউন্স (HRA) হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মূল দৰমহাৰ এটা গুৰুত্বপূৰ্ণ অংশ, যি ভাৰা ঘৰত বাস কৰা কৰ্মচাৰীসকলক ঘৰৰ ভাৰাৰ খৰচ বহনৰ বাবে দিয়া হয়। ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ সুবিধা হৈছে, ভাৰাতীয়া ঘৰত বাস কৰা কৰ্মচাৰীসকলে আয়কৰ আইন অনুসৰি HRAৰ ওপৰত কৰ ৰেহাই দাবী কৰিব পাৰে।

দেশৰ চহৰসমূহৰ মাজত শ্ৰেণী বিভাজন

চৰকাৰে জনসংখ্যাৰ ভিত্তিত দেশৰ চহৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰিছে—X, Y আৰু Z। যদি চৰকাৰে ২.০ ফিটমেণ্ট ফেক্টৰ অনুমোদন কৰে, তেন্তে নিম্ন স্তৰৰ কৰ্মচাৰীসকলৰ HRA যথেষ্ট বৃদ্ধি পাব।
সম্ভাৱ্য হিচাপ অনুসৰি—
X শ্ৰেণীৰ মহানগৰসমূহত লেভেল–১ৰ কৰ্মচাৰীয়ে মাহে ১০,৮০০টকা আৰু লেভেল-৫ৰ কৰ্মচাৰীয়ে সৰ্বাধিক ১৭,৫২০টকা HRA লাভ কৰিব পাৰে।
Y শ্ৰেণীৰ চহৰত এই পৰিমাণ ৭,২০০টকাৰ পৰা ১১,৬৮০টকাৰ ভিতৰত থাকিব পাৰে। Z শ্ৰেণীৰ সৰু চহৰত HRA ৩,৬০০টকাৰ পৰা ৫,৮৪০ টকালৈকে হোৱাৰ সম্ভাৱনা আছে। এই বৃদ্ধিৰ ফলত কৰ্মচাৰীসকলৰ ইন-হেণ্ড দৰমহা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

নতুন বেতন আয়োগৰ পৰামৰ্শ কেতিয়া কাৰ্যকৰী হ’ব?

উল্লেখ্য যে, অষ্টম বেতন আয়োগে ৩ নৱেম্বৰ ২০২৫ তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে। পূৰ্বৰ বেতন আয়োগসমূহৰ অভিজ্ঞতা অনুসৰি, সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যথেষ্ট সময় লাগে। বজাৰৰ বিশেষজ্ঞসকলৰ মতে, অষ্টম বেতন আয়োগে ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পাৰে। তাৰ পিছত প্ৰতিবেদনখন কেবিনেটৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব আৰু অনুমোদন লাভ কৰাৰ পিছত নতুন দৰমহা আৰু ভাট্টাৰ হাৰ কাৰ্যকৰী কৰা হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay Commissionasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.