• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

1 month ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

9 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

10 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

11 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

11 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

12 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

12 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

13 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

13 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

14 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

15 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

16 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ঘৰুৱা উপাদানেৰে সমস্যা হ'ব পাৰে দূৰ

editor by editor
July 16, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত পুৰুষ আৰু মহিলাৰ মাজত বন্ধ্যাত্ব (Infertility)ৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অপুষ্টিকৰ খাদ্যাভ্যাস। বৰ্তমান সময়ত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মানুহৰ চিন্তাধাৰাত যথেষ্ট পৰিৱৰ্তন আহিছে। কেৰিয়াৰ, দায়িত্ব আৰু আন বহুতো কাৰণৰ বাবে অধিকাংশ দম্পতীয়ে ৩০ বছৰৰ পিছত সন্তান লোৱাৰ সিদ্ধান্ত লয়। গৱেষণাসমূহে সূচায় যে ৩০ বছৰৰ পিছত গৰ্ভধাৰণ কিছু কঠিন হ’ব পাৰে। ইয়াৰ উপৰিও অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীয়েও এই সমস্যাক অধিক বৃদ্ধি কৰে।

খাদ্যৰ জৰিয়তে কেনেকৈ দূৰ কৰিব ইনফাৰ্টিলিটীৰ সমস্যা?

বিশেষজ্ঞসকলৰ মতে, খাদ্যত কিছুমান পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰিলে প্ৰজনন স্বাস্থ্য (Fertility Health) উন্নত কৰাত সহায় হ’ব পাৰে। সেই উদ্দেশ্যে ঘৰতে এটা বিশেষ ফাৰ্টিলিটি পাউডাৰ প্ৰস্তুত কৰিব পাৰি, যি পুৰুষ আৰু মহিলা উভয়ৰে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

মখানা আৰু বিভিন্ন বীজেৰে প্ৰস্তুত ফাৰ্টিলিটি পাউডাৰ

এই পাউডাৰ বনাবলৈ আপোনাক প্ৰয়োজন হ’ব—
একাপ মখানা, একাপ ভজা ক’লা চনা, একাপ ওটছ, একাপ বাদাম, একাপ আখৰোট, আধা কাপ কুমলীয়া (Pumpkin)ৰ বীজ। এই সকলো উপাদান প্ৰ’টিন, স্বাস্থ্যকৰ চৰ্বি, ফ’লেট, আইৰন, ভিটামিন E আৰু বিভিন্ন এণ্টিঅক্সিডেণ্টৰ উৎকৃষ্ট উৎস। এইবোৰে প্ৰজনন স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।

কেনেদৰে প্ৰস্তুত কৰিব?

প্ৰথমে মখানা আৰু আন সকলো উপাদান অলপ ভাজি লওক। তাৰ পিছত সকলোবোৰ একেলগে গ্ৰাইণ্ডাৰত মিহলাই গুড়ি কৰি লওক। এই পাউডাৰ এটা বায়ুৰোধী পাত্ৰত সংৰক্ষণ কৰিব পাৰে।

কেনেদৰে সেৱন কৰিব?

প্ৰতিদিনে ১ চামুচ পাউডাৰ ২০০ মিলিলিটাৰ কুহুমীয়া গাখীৰত মিহলাই খাব পাৰে। ইচ্ছা কৰিলে দৈ বা স্মুথিতো মিহলাই খাব পাৰি। ইয়াক পুৱা বা সন্ধিয়াৰ জলপান হিচাপে গ্ৰহণ কৰাটো উত্তম।

মখানা:
ভজা মখানাত প্ৰ’টিন, মেগনেছিয়াম, কেলচিয়াম, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই শৰীৰক শক্তি যোগোৱাৰ লগতে অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সহায় কৰে।
ভজা ক’লা বুট:
ই উচ্চ প্ৰ’টিনযুক্ত খাদ্য। ইয়াৰ লগতে ফ’লেট, আইৰন, জিংক আৰু ফাইবাৰ থাকে। ফ’লেট আৰু আইৰনে প্ৰজনন স্বাস্থ্য উন্নত কৰাত সহায়ক হ’ব পাৰে।
ওটছ:
ওটছত বিটা-গ্লুকান ফাইবাৰ আৰু ভিটামিন বি-কমপ্লেক্স থাকে। ই তে*জত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা আৰু ইনচুলিনৰ সংবেদনশীলতা উন্নত কৰাত সহায় কৰিব পাৰে।

বাদাম:
বাদাম ভিটামিন E, স্বাস্থ্যকৰ চৰ্বি, মেগনেছিয়াম আৰু প্ৰ’টিনৰ উৎকৃষ্ট উৎস। ভিটামিন E শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে পুৰুষৰ শুক্ৰাণুৰ গুণগত মান উন্নত কৰাত সহায় কৰিব পাৰে।
আখৰোট:
আখৰোটত ওমেগা-৩ ফেটি এচিড, কপাৰ আৰু মেংগানিজ থাকে। কিছুমান গৱেষণাই সূচাইছে যে ই পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান বজাই ৰখাত সহায়ক হ’ব পাৰে।
মন কৰিবলগীয়া কথা:
এই পাউডাৰটো পুষ্টিকৰ খাদ্যৰ অংশ হিচাপে উপকাৰী হ’ব পাৰে, কিন্তু ইয়াক বন্ধ্যাত্বৰ নিশ্চিত চিকিৎসা বুলি গণ্য কৰিব নালাগে। যদি দীৰ্ঘদিন ধৰি গৰ্ভধাৰণত অসুবিধা হৈ আছে, তেন্তে স্ত্ৰীৰোগ বিশেষজ্ঞ বা প্ৰজনন বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

'ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ'- মৌলানাৰ নিকৃষ্ট মন্তব্য

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.