• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

1 month ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

10 minutes ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

2 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

3 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

3 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

3 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

4 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

5 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

6 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

7 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

7 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

7 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

মৌলানাৰ নিকৃষ্ট মন্তব্য ক্ষোভত ফাটিছে দেশ

editor by editor
July 16, 2026
in বিবিধ, ভাৰত, লেখা
0
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ ইছলামিক ধৰ্মপ্ৰচাৰক মৌলানা জাৰজিছ আনছাৰীয়ে ঝাৰখণ্ডৰ এখন ধৰ্মীয় সভাত ভগৱান কৃষ্ণক লৈ কৰা এক আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। এই মন্তব্যৰ পিছত বিভিন্ন হিন্দু সংগঠনে তীব্ৰ আপত্তি প্ৰকাশ কৰাৰ লগতে আনছাৰিৰ বিৰুদ্ধে তীব্ৰ সমালোচনাত মুখৰ হৈ পৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাৰ বাসিন্দা জাৰজিছ আনছাৰী পূৰ্বেও বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত আহিছিল। এইবাৰ আনছাকীয়ে দাবী কৰিছে যে ভগৱান কৃষ্ণই ইছলামৰ শিক্ষা দিছিল আৰু দিনটোত ৫ বাৰ নামাজ আদায় কৰিছিল। তেওঁৰ এই বক্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীও উঠিছে।

মৌলানা জাৰজিছ আনছাৰীয়ে কি কৈছিল?

বিভিন্ন সংবাদমাধ্যমৰ তথ্য অনুসৰি, ২৩ জুনত ঝাৰখণ্ডত অনুষ্ঠিত এখন ধৰ্মীয় সভাত তেওঁ বিতৰ্কিত মন্তব্যটো কৰিছিল। শ্ৰীমদ্ভগৱদ্গীতাৰ ষষ্ঠ অধ্যায়ৰ এটা শ্লোকৰ উল্লেখ কৰি আনছাৰীয়ে কয়, “যদি আমাৰ হিন্দু ভাইসকলে বেয়া নাপায়, তেন্তে কৃষ্ণজীয়েও দিনটোত পাঁচবাৰ নামাজ পঢ়িছিল। যদি বিশ্বাস নকৰে, তেন্তে ভগৱদ্গীতাৰ ষষ্ঠ অধ্যায়ৰ দশম শ্লোক পঢ়ক।”
সদায়ে বিতৰ্কত থাকিবলৈ ভাল পোৱা আনছাৰীয়ে আৰু দাবী কৰে যে উক্ত শ্লোকত সমগ্ৰ শৰীৰেৰে ঈশ্বৰৰ উপাসনা কৰাৰ কথা কোৱা হৈছে, যিটো তেওঁৰ মতে ইছলামত নামাজ আদায় কৰাৰ পদ্ধতিৰ সৈতে সাদৃশ্যপূৰ্ণ। তেওঁ কয়, “কৃষ্ণজীয়ে অৰ্জুনক কৈছে যে ঈশ্বৰৰ উপাসনা কৰাৰ সময়ত কেৱল থিয় হৈ নহয়, সমগ্ৰ শৰীৰেৰে উপাসনা কৰিব লাগে।”

ৰাম আৰু কৃষ্ণক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি সমালোচনা

একেই ভাষণত আনছাৰীয়ে এই দাবীও কৰে যে যদি হিন্দুসকলে নিজৰ ধৰ্মগ্ৰন্থ মনোযোগেৰে অধ্যয়ন কৰে, তেন্তে তেওঁলোকৰ ইছলামৰ প্ৰতি আকৰ্ষণ জন্মিব। তেওঁ কয়, “ইছলাম কেৱল মুছলমানসকলৰ ধৰ্ম নহয়; ই তেওঁলোকৰো ধৰ্ম। একেই শিক্ষাই ৰামচন্দ্ৰজী আৰু কৃষ্ণজীয়েও দিছিল।” এই মন্তব্যৰ পিছত একাধিক হিন্দু সংগঠনে অভিযোগ কৰে যে আনছাৰীয়ে হিন্দু ধৰ্মগ্ৰন্থৰ ভুল ব্যাখ্যা আগবঢ়াই ধৰ্মীয় অনুভূতিত আঘাত হানিছে।
ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ পিছত বিভিন্ন হিন্দু সংগঠনৰ সদস্যসকলে মৌলানা জাৰজিছ আনছাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। তেওঁলোকৰ অভিযোগ, এনে মন্তব্যই ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lord krishna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.