• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

3 weeks ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

29 minutes ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

48 minutes ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

1 hour ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

2 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

3 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

4 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

5 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

5 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

6 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

8 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

8 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

বিতৰ্কক পিছ পেলাই গঢ়ি তুলিছে সফল কেৰিয়াৰ

editor by editor
July 16, 2026
in চিনেমা, বিনোদন, বিবিধ
0
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাঈফৰ জন্মদিন। অভিনেত্ৰীগৰাকীয়ে আজি ৪৩বছৰত ভৰি দিলে। কেটৰিনা কাঈফে নিজৰ কেৰিয়াৰত অসংখ্য সফল ছবি উপহাৰ দিছে। কিন্তু আজিও তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণিতে কৰা এটা দৃশ্য সময়ে সময়ে সামাজিক মাধ্যমত পুনৰ চৰ্চালৈ আহে। সেই দৃশ্যটো হৈছে ২০০৩ চনত মুক্তি পোৱা ‘বুম’ ছবিত অভিনেতা গুলশ্যন গ্ৰোভাৰৰ সৈতে থকা বিতৰ্কিত চুম্বনৰ দৃশ্য।
ছবিখন মুক্তিৰ সময়ত কেটৰিনা কাঈফ বলিউডত সম্পূৰ্ণ নতুন আছিল। সেই সময়ত তেওঁ মডেলিঙৰ পৰা চলচ্চিত্ৰ জগতত খোজ পেলাইছিলহে মাত্ৰ। ছবিখনত বহু সাহসী দৃশ্যৰ লগতে গুলশ্যন গ্ৰোভাৰৰ সৈতে তেওঁৰ দীৰ্ঘ চুম্বনৰ দৃশ্যেও ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল। যদিও ছবিখনে বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলে, এই দৃশ্যটো এতিয়াও ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে।

নতুন হোৱাৰ বাবে ল’ব পৰা নাছিল সিদ্ধান্ত

বিভিন্ন সাক্ষাৎকাৰত কেটৰিনা কাঈফে ‘বুম’ ছবিখনৰ অভিজ্ঞতাৰ বিষয়ে খোলাখুলিভাৱে মন্তব্য কৰিছে। তেওঁৰ ভাষ্য অনুসৰি, সেই সময়ত তেওঁ চলচ্চিত্ৰ উদ্যোগত একেবাৰে নতুন আছিল আৰু বহু বিষয়ৰ বিষয়ে পৰ্যাপ্ত অভিজ্ঞতা নাছিল। কেটৰিনাই কয় যে কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ বহু সিদ্ধান্ত সম্পূৰ্ণৰূপে বুজি উঠা নাছিল। পিছলৈ অভিজ্ঞতা লাভ কৰাৰ পিছত তেওঁ উপলব্ধি কৰে যে আজিৰ জ্ঞান আৰু অভিজ্ঞতা যদি তেতিয়া থাকিলেহেঁতেন, তেন্তে হয়তো কিছুমান দৃশ্য কৰাৰ সিদ্ধান্ত তেওঁ নল’লেহেঁতেন। অৱশ্যে তেওঁ কেতিয়াও দৃশ্যটো জোৰ-জবৰদস্তি কৰোৱা হৈছিল বুলি অভিযোগ কৰা নাই, তথাপিও ইয়াক তেওঁ নিজৰ জীৱনৰ এক শিক্ষণীয় অভিজ্ঞতা বুলি উল্লেখ কৰিছে।

বিতৰ্কিত দৃশ্যটোৰ সন্দৰ্ভত কি কয় গুলশ্যন গ্ৰোভাৰে?

আনহাতে, অভিনেতা গুলশ্যন গ্ৰোভাৰে একাধিক সাক্ষাৎকাৰত এই বিতৰ্কৰ উত্তৰ দি কৈছে যে চুম্বনৰ দৃশ্যটো সম্পূৰ্ণ পেছাদাৰী নিয়ম অনুসৰি শ্বুট কৰা হৈছিল। তেওঁৰ মতে, কেটৰিনা সেই সময়ত নতুন হোৱাৰ বাবে দৃশ্যগ্ৰহণৰ আগতে পৰিচালক আৰু সমগ্ৰ ইউনিটে দুয়োজন অভিনেতাৰ সৈতে বিশদ আলোচনা কৰিছিল। শ্বুটিঙৰ সময়ত কেটৰিনাই যাতে কোনো ধৰণৰ অস্বস্তি অনুভৱ নকৰে, সেই বিষয়টোও বিশেষভাৱে লক্ষ্য ৰখা হৈছিল। গুলশ্যনৰ দাবী, দৃশ্যটো দুয়োপক্ষৰ সম্পূৰ্ণ সন্মতিৰে আৰু পেছাদাৰী পৰিৱেশত গ্ৰহণ কৰা হৈছিল।

বিতৰ্কক পিছ পেলাই গঢ়ি তুলিছে সফল কেৰিয়াৰ

‘বুম’ ছবিৰ পিছত কেটৰিনা কাঈফে ধাৰাবাহিকভাৱে বহু সফল ছবিত অভিনয় কৰি বলিউডৰ আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। মেইনে প্যাৰ কিঁউ কিয়া, নমস্তে লণ্ডন, এক থা টাইগাৰ, টাইগাৰ জিন্দা হ্যায়, জিন্দেগী না মিলেগী দোবাৰা, টাইগাৰ ৩ আদি ছবিয়ে তেওঁৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ লৈ যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24katrina kaif
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?
জীৱনশৈলী

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

August 5, 2026
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?
জীৱনশৈলী

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

August 5, 2026
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
Next Post
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.