• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

2 months ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

32 minutes ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

55 minutes ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

1 hour ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

3 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

3 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

4 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

5 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

6 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

7 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

জানক কেন্দ্ৰীয় চৰকাৰে কি নতুন প্ৰস্তাৱ আনিছে

editor by editor
July 28, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি কোটি কোটি ব্যক্তিগত বাহন আৰু বাইকৰ স্বত্বাধিকাৰীৰ বাবে আহিছে এক স্বস্তিদায়ক খবৰ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাজপথ মন্ত্ৰালয়ে (MoRTH) বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণ পত্ৰ (Pollution Under Control Certificate – PUCC)-ৰ বৈধতাৰ নিয়মত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ প্ৰস্তুতি চলাইছে।
চৰকাৰে জাৰি কৰা এক খচৰা অধিসূচনা অনুসৰি, ৬ বছৰ পৰ্যন্ত পুৰণি BS6ৰ ব্যক্তিগত বাহনসমূহৰ PUC প্ৰমাণপত্ৰৰ বৈধতা বৰ্তমানৰ এবছৰৰ পৰিৱৰ্তে ৩ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই নিয়ম কাৰ্যকৰী হ’লে গাড়ীৰ মালিকসকলে প্ৰতি বছৰে প’লিউচন চাৰ্টিফিকেট নবীকৰণ কৰিব নালাগিব।

বাহনৰ বয়স অনুসৰি BS6 বাহনৰ নতুন নিয়ম

খচৰা অধিসূচনা অনুসৰি BS6 বাহনৰ ক্ষেত্ৰত বয়সৰ ভিত্তিত পৃথক পৃথক নিয়মৰ প্ৰস্তাৱ দিয়া হৈছে—
৬ বছৰ পৰ্যন্ত পুৰণি BS6 গাড়ী: এতিয়া প্ৰতি বছৰে নহয়, ৩ বছৰত মাত্ৰ এবাৰ প্ৰদূষণ পৰীক্ষা কৰালেই হ’ব।
৬ৰ পৰা ১০ বছৰ পুৰণি BS6 গাড়ী: এই বাহনসমূহে প্ৰতি ১২ মাহত এবাৰ PUC প্ৰমাণ পত্ৰ নবীকৰণ কৰিব লাগিব।
১০ বছৰৰ অধিক পুৰণি BS6 গাড়ী: এই গাড়ীসমূহৰ বাবে প্ৰতি ৬ মাহত এবাৰ প্ৰদূষণ পৰীক্ষা কৰাটো বাধ্যতামূলক হ’ব।

BS-1ৰ পৰা BS-4 বাহনৰ বাবে কঠোৰ নিয়ম

এফালে নতুন BS6 গাড়ীৰ মালিকসকলে ডাঙৰ সকাহ পাব যদিও, আনফালে পুৰণি বাহনৰ ক্ষেত্ৰত নিয়ম অধিক কঠোৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। BS-4 (BS-IV) গাড়ী: সকলো BS4 গাড়ীয়ে প্ৰতি ৬ মাহত এবাৰ PUC নবীকৰণ কৰিব লাগিব।
BS-1, BS-2 আৰু BS-3 গাড়ী: এই শ্ৰেণীৰ সকলো বাহনৰ বাবে প্ৰতি ৩ মাহত এবাৰ প্ৰদূষণ পৰীক্ষা বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

BS6 মান কি?

BS-ৰ সম্পূৰ্ণ অৰ্থ হৈছে Bharat Stage, যি বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰণ কৰা এক মান। ইয়াৰ মূল উদ্দেশ্য হৈছে বায়ুত কাৰ্বন মন’অক্সাইড, নাইট্ৰজেন অক্সাইড আৰু অন্যান্য ক্ষতিকাৰক কণাৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰা। এপ্ৰিল ২০২০ৰ পৰা কাৰ্যকৰী: ভাৰতত এপ্ৰিল ২০২০ৰ পৰা BS6 নিৰ্গমন মান কাৰ্যকৰী কৰা হয়। প্ৰদূষণ দ্ৰুতগতিত হ্ৰাস কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে BS5 এৰি BS4ৰ পৰা পোনে পোনে BS6 মান গ্ৰহণ কৰিছিল। BS6 ইঞ্জিনত কম ছালফাৰযুক্ত ইন্ধন ব্যৱহাৰ কৰা হয়, ফলত এই বাহনসমূহে পুৰণি মডেলৰ তুলনাত যথেষ্ট কম প্ৰদূষণ সৃষ্টি কৰে।

নতুন নিয়ম কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব?

বৰ্তমান এই নিয়মসমূহ কাৰ্যকৰী হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ কেৱল খচৰা অধিসূচনাহে জাৰি কৰিছে। এই প্ৰস্তাৱৰ ওপৰত সাধাৰণ জনতাৰ পৰা পৰামৰ্শ আৰু আপত্তি বিচৰা হৈছে। সকলো মতামত পৰ্যালোচনা কৰাৰ পিছত চৰকাৰে চূড়ান্ত অধিসূচনা জাৰি কৰিব। যদি এই প্ৰস্তাৱে অনুমোদন লাভ কৰে, তেন্তে দেশৰ কোটি কোটি BS6 কাৰ আৰু বাইকৰ মালিকে প্ৰতি বছৰে প’লিউচন চাৰ্টিফিকেট নবীকৰণ কৰাৰ ঝামেলাৰ পৰা যথেষ্ট সকাহ লাভ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Pollution Certificatevehicle act
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
Next Post
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ'ব 'চোৰ পঞ্চক', ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.