• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL ত নতুন দল আহি আছে? কি কৈছে গুগলৰ CEO সুন্দৰ পিছাইয়ে?

IPL ত নতুন দল আহি আছে? কি কৈছে গুগলৰ CEO সুন্দৰ পিছাইয়ে?

1 year ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

33 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

35 minutes ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

1 hour ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

2 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

19 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL ত নতুন দল আহি আছে? কি কৈছে গুগলৰ CEO সুন্দৰ পিছাইয়ে?

IPL ত নতুন দল আহি আছে কি কৈছে গুগলৰ CEO সুন্দৰ পিছাইয়ে?

editor by editor
March 27, 2025
in ক্ৰীড়া, জীৱনশৈলী
0
IPL ত নতুন দল আহি আছে? কি কৈছে গুগলৰ CEO সুন্দৰ পিছাইয়ে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইপিএল চলি আছে। সমগ্ৰ বিশ্বৰ নজৰ এতিয়া আই পি এলৰ ফালে। ইয়াৰ মাজতেই নতুন খবৰ ভাইৰেল হৈছে। নতুনকৈ খবৰৰ শিৰোনামা দখল কৰিছে গুগলৰ চিইঅ সুন্দৰ পিছাইয়ে। কেইবাদিনো ধৰি এই খবৰ ভাইৰেল হৈছে। সুন্দৰ পিছাইৱেও নিজাকৈ এটা আইপিএল দল ক্ৰয় কৰিব। বিশ্বৰ অন্যতম ধনী খেল ক্ৰিকেটত চকু সুন্দৰ পিছাইৰ। তেওঁ পূৰ্বৰ কোনো আইপিল এল দল ক্ৰয় কৰিব নে নিজাকৈ দল খুলিব সেয়াহে এতিয়াও স্পষ্ট নহয়। কিন্তু এটা কথা ঠিক যে সুন্দৰ পিছাই ক্ৰিকেটৰ অন্ধ ভক্ত।

তেওঁ এক সাক্ষাৎকাৰত জনাইছে যে তেওঁ আইপিএলক বিশেষভাৱে পছন্দ কৰে। যেনেকৈ বিশ্বৰ ক্ৰিকেটাৰে আহি এই খেলত অংশ লয় সেয়া দেখি তেওঁৱো অবাক হয়। ক্ৰিকেটক লৈ বিশ্বৰ প্ৰতিটো প্ৰান্তৰ উন্মাদনাই তেওঁকো সুখী কৰে। আইপিএলত তেওঁৰো কোনো দল থাকিলে কেনে হয় সেই বিষয়ে তেওঁ চিন্তা চৰ্চা নকৰা নহয়। অৱশ্যে তেওঁ এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।

আইপিএলক লৈ সুন্দৰ পিছাইৰ এই মন্তব্য ভাইৰেল হোৱাৰ পাছতেই বহু ক্ৰিকেট ভক্তই আশা কৰিছে নতুন দল অচিৰেই তৈয়াৰ হব। এই টিম এইবাৰৰ আইপিএলত আত্মপ্ৰকাশ নকৰিলেও পৰবৰ্তীকালত যে আত্মপ্ৰকাশ কৰিব সেয়াও নিশ্চিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
Next Post
জোৰকৈ সম্পৰ্কৰ গাঁঠি বান্ধি ৰাখিব নোৱাৰি! হাঁহিমুখে পত্নীৰ পৰকীয়া মানি পত্নীক তুলি দিলে প্ৰেমিকৰ হাতত, পত্নীক দিলে এইকেইটা প্ৰতিশ্ৰুতি, জানিলে আপুনিও ক’ব তেওঁ মহান

জোৰকৈ সম্পৰ্কৰ গাঁঠি বান্ধি ৰাখিব নোৱাৰি! হাঁহিমুখে পত্নীৰ পৰকীয়া মানি পত্নীক তুলি দিলে প্ৰেমিকৰ হাতত, পত্নীক দিলে এইকেইটা প্ৰতিশ্ৰুতি, জানিলে আপুনিও ক'ব তেওঁ মহান

ৰাখে হৰি মাৰে কোনে… বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

ৰাখে হৰি মাৰে কোনে... বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.