• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

6 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

editor by editor
March 5, 2022
in অসম, বিবিধ
0
সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!
0
SHARES
672
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান হওক, এণ্ড্ৰইড ফোনৰ এটা ক্ষতিকাৰক বেংকিং এপে পিয়াপি দি ফুৰিছে। এই ধন চুৰি কৰা কেলেংকাৰী এপটোৱে ডাটা আৰু পাছৱৰ্ড সংগ্ৰহ কৰি বেঙ্কিং এপ, অনলাইন ৱালেট, বীমা এপ, ক্ৰিপ্টো ৱালেটৰ পৰা তথ্য চুৰি কৰাৰ লগতে ধনো চুৰি কৰিব পাৰে।

ব্যৱহাৰকাৰীয়ে নতুন পাছৱৰ্ড ৰিছেট কৰাৰ লগে লগে, হেকাৰসকলে পাছৱৰ্ডটো চুৰি কৰি ভুক্তভোগীৰ পৰা ধন সৰকাই নিয়ে। এই অনলাইন কেলেংকাৰীৰ আটাইতকৈ ভয়ংকৰ কথাটো হ’ল যে এপটো গুগল প্লে’ষ্টোৰত উপলব্ধ আছিল৷

ইতিমধ্যে প্লেষ্ট’ৰৰ পৰা ১০,০০০ ৰো অধিক ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনলোড কৰিছে। ইয়াক ‘কিউআৰ কোড এণ্ড বাৰকোড-স্কেনাৰ এপ’ নাম দিয়া হৈছে আৰু এতিয়া গুগল প্লে ষ্টোৰৰ পৰা নিষিদ্ধ কৰা হৈছে।

লগতে পঢ়ক ৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

অনলাইন প্ৰৱঞ্চনা ব্যৱস্থাপনা আৰু প্ৰতিৰোধ প্ৰতিষ্ঠান ক্লিফিৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে টিবট নামৰ এটা এপৰ দ্বাৰা মুকলি কৰা ট্ৰজান মালৱেৰ ২০২১ চনৰ আৰম্ভণিতে পোহৰলৈ আহিছিল। ট্ৰজানটো ভুক্তভোগীৰ ‘প্ৰমাণপত্ৰ আৰু এছএমএছ’ চুৰি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল। মালৱেৰটো অতি বুদ্ধিমত্তাৰে ডিজাইন কৰা হৈছিল যাতে অতি নীৰৱেৰে ই কাম থাকিব পাৰে।

‘কিউআৰ কোড আৰু বাৰকোড’ স্কেনাৰ এপটো ব্যৱহাৰকাৰীসকলক প্ৰথমে কিছু লাভালাভ প্ৰদান কৰাৰ বাবে ডিজাইন কৰা হৈছিল আৰু এনেদৰে ই যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। যিহেতু ই বিজ্ঞাপন হিচাপে কাম কৰিছিল, ইয়াৰ বিষয়ে পৰ্যালোচনাবোৰো প্ৰথমে ইতিবাচক আছিল।

ইনষ্টল হোৱাৰ পিছত ট্ৰজানবোৰে স্মাৰ্টফোনৰ স্ক্ৰীণ নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি বিচাৰিছিল। এইটো সম্পূৰ্ণ হোৱাৰ পিছত, ই সংবেদনশীল তথ্য যেনে লগইন বিৱৰণ, এছএমএছ আৰু প্ৰমাণীকৰণ কোডেৰে চিনাক্তকৰণ কৰিছিল। ইয়াৰ পিছতে ক্ষতিকাৰকভাৱে টিবিঅ’টিক অধিক সংবেদনশীল ডাটাৰ সহজ প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ সময়ত কীব’ৰ্ড প্ৰবিষ্টি ৰেকৰ্ড কৰিবলৈ অনুমতি বিচাৰিছিল।

লগতে পঢ়ক আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

এপটো গুগল প্লে ষ্টোৰৰত পোৱা গৈছিল আৰু যোৱা দুবছৰত ইয়াক বিকাশ কৰা হৈছিল। প্ৰথমতে এছ.এম.এছ.-আধাৰিত ফিছিং অভিযানৰ জৰিয়তে ট্ৰজান বিতৰণ কৰা হৈছিল৷ ব্যৱহাৰকাৰীসকসলে এপটো আপডেট কৰাৰ পিছতে মোবাইলত উহ্য হৈ সক্ৰিয় হৈ থকা হৈছিল৷। ধন চুৰিৰ বাবে বিকাশ কৰা এই এপটো গুগলে পিছত প্লেষ্ট’ৰৰ আঁতৰাই দিছিল৷ যদি আপুনি এতিয়াও এই এপটো স্মাৰ্টফোনত ব্যৱহাৰ কৰিছিল তেনে ইয়াক আনষ্টল কৰি দিয়ক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channel of Assa mBest News Portal in AssamgoogleGooogle playstore
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.