• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

8 months ago
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

15 minutes ago
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

39 minutes ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

2 hours ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

3 hours ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

4 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

5 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

5 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

6 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

7 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

7 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

editor by editor
July 27, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে
0
SHARES
731
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

বৰ্তমানে কেচলেচ ট্ৰেনজেকচন তথা অনলাইন পেমেণ্ট মোড অতিকে জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো। বজাৰৰ পৰা আৰম্ভ কৰি যাত্ৰা কৰালৈকে সকলো ক্ষেত্ৰতে বৰ্তমানে অনলাইন পেমেণ্ট কৰিবলৈ ধৰিছে লোকে। এই অনলাইন পেমেণ্ট মোড বোৰৰ ভিতৰত দেশত বৰ্তমানে সকলোতকৈ জনপ্ৰিয় অনলাইন চাইট হৈছে UPI.

দেশত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা ইউ পি আই লেনদেনে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানক প্ৰচাৰৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে। শেহতীয়াকৈ ইউ পি আইৰ ওপৰত জি এছ টি আৰোপ কৰাৰ বাতৰিৰ মাজতে বিত্ত মন্ত্ৰালয়ে ৰাজ্যসভাত স্পষ্ট কৰি দিছে যে ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি আৰোপ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰৰ ফলাৰ পৰা।

২২ জুলাইত বাৰিষা অধিৱেশনৰ সময়ত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি আৰোপ কৰাৰ পৰামৰ্শ দিয়া হোৱা নাই।

সেই অধিৱেশনতেই ২০০০ টকাৰ ওপৰৰ লেনদেনত জি এছ টি সন্দৰ্ভত চৰকাৰৰ মতামত সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পংকজ চৌধুৰীয়ে কয় যে জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত জি এছ টিৰ হাৰ আৰু ৰেহাইৰ সিদ্ধান্ত লোৱা হয়। এইটো এটা সাংবিধানিক কাৰ্য, য’ত ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাৰে সদস্য অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: transaction LimitsUPIUPI transaction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?
জীৱনশৈলী

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

March 25, 2026
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

March 25, 2026
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

March 25, 2026
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
Next Post
টি-বেগৰ চাহ খায় নেকি তেন্তে সাৱধান, কোটি কোটি প্লাষ্টিকৰ কণা গৈ আছে পেটলৈ, কি কয় বিজ্ঞানীয়ে?

টি-বেগৰ চাহ খায় নেকি তেন্তে সাৱধান, কোটি কোটি প্লাষ্টিকৰ কণা গৈ আছে পেটলৈ, কি কয় বিজ্ঞানীয়ে?

আগন্তুক সপ্তাহত ধনলক্ষ্মী যোগ, সুখ-সৌভাগ্যৰে উপচি পৰিব ৫ ৰাশিৰ ভাগ্য

আগন্তুক সপ্তাহত ধনলক্ষ্মী যোগ, সুখ-সৌভাগ্যৰে উপচি পৰিব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.