• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

8 months ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

7 minutes ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

32 minutes ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

1 hour ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

3 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

4 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

5 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

17 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

18 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

20 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

editor by editor
November 12, 2025
in জীৱনশৈলী, বিনোদন
0
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটাৰ পাছত আনটো বিপৰ্যয় বলীউডত৷ ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত হাস্পতালত গোবিন্দ৷ অভিনেতা গোবিন্দৰ অধিবক্তা বন্ধু ললিত বিন্দালে সংবাদমাধ্যমক জনাইছে যে ঘৰতেই হঠাৎ জ্ঞান হেৰুৱাই ৬১ বছৰীয়া অভিনেতা গোবিন্দই৷ মঙলবাৰে গভীৰ নিশা ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে তেওঁক৷

অভিনেতাৰ অধিবক্তা বন্ধুৱে জনাইছে যে অসুস্থ বোধ কৰাৰ লগে লগে চিকিৎসকক ফোন কৰা হয়৷ ফোনতেই ঔষধ জনাই তেওঁক খুৱাবলৈ পৰামৰ্শ দিয়া হয়৷ তাৰপিছতেই শাৰীৰিক অস্বস্তি নকমাত গোবিন্দৰ পৰিয়ালৰ সদস্যসকলে ঠিক কৰে যে তেওঁক হাস্পতাললৈ লৈ যোৱা হব৷

বিন্দালে কয়, ‘চিকিৎসকৰ সৈতে পৰামৰ্শৰ পাছতেই তেওঁক ঔষধ দিয়া হৈছিল৷ তেতিয়াও তেওঁৰ শাৰীৰিক অৱস্থাৰ কোনো পৰিবৰ্তন নঘটাত নিশা ১ বজাত তেওঁক জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷’  তেওঁ লগতে জনাইছে যে, গোবিন্দৰ একাধিক পৰীক্ষা নিৰীক্ষা সম্পন্নও হৈছে৷ পৰীক্ষাৰ ফলাফল চাইহে তেওঁৰ পৰবৰ্তী চিকিৎসা আগবাঢ়িব৷ উল্লেখ কৰা প্ৰয়োজন যে ১০ নৱেম্বৰত ধৰ্মেন্দ্ৰক হাস্পতাললৈ চাবলৈকো গৈছিল গোবিন্দ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত
বিনোদন

Next Post
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন