• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

11 months ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

15 minutes ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

43 minutes ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

1 hour ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

2 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

3 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

4 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

4 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

7 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

19 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

20 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

editor by editor
November 12, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ওজন অত্যধিক বেছি হোৱা মহিলাৰ জৰায়ুত চিষ্ট হোৱাৰ আশংকা বেছি৷ এই ধৰণৰ মন্তব্য প্ৰায়েই শুনা যায়৷ জৰায়ুত চিষ্ট যাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় অভেৰিয়ান চিষ্ট৷ এই চিষ্টৰ কাৰণে কৰ্কটো হব পাৰে৷ প্ৰকৃততে জৰায়ুত কিয় চিষ্ট হয় তাৰ কাৰণ বহু আছে৷ মেদবহুলতা যেনে এক কাৰণ তেনেকৈ আন বহু কাৰণ আছে৷ ওজন বেছি মানেই চিষ্ট হ’ব তেনে কোনো কথা নাই৷ কিন্তু জৰায়ুত চিষ্ট হোৱাৰ সম্ভাৱনা কেতিয়া বাঢ়ে সেই বিষয়ক লৈ কি কয় চিকিৎসকে?

অভেৰিয়ান চিষ্টৰ আশংকা কাৰ বেছি?

অভেৰিয়ান চিষ্ট ডিম্বাশয়ৰ ভিতৰত হয়৷ বিশেষ মাংস পিণ্ড তৈয়াৰ হয় যাৰ ভিতৰত তেজ বা কোনো ধৰণৰ ফ্লুইড থাকিব পাৰে৷ চিকিৎসকো জনোৱা অনুসৰি চিষ্ট মানে টিউমাৰৰ দৰে ই বাঢ়ি নাথাকে৷ কেন্সাৰৰো আশংকা বিশেষ নথাকে৷ টিউমাৰ মেলিগনেণ্ট আৰু বিনাইন দুই ধৰণৰ হয়৷ যদি সেয়া কৰ্কটৰ দিশে ঢাল খাই তেতিয়া সেই চিষ্টৰ ভিতৰৰ দেৱালৰ পৰা কোষৰ অনিয়মিত বিভাজন আৰম্ভ হব৷ চিষ্ট ফাটি পুঁজ বা তেজ বাহিৰলৈ ওলাই আহিব৷

বয়ঃসন্ধিকালত ঋতুস্ৰাৱ আৰম্ভৰ সময়ৰ পৰা মহিলাৰ জৰায়ুত চিষ্ট হোৱাৰ আশংকা থাকে৷ চিষ্ট যদি হয় তেতিয়া সেয়া লগে লগে এৰাই দিয়াটোৱেই মংগল৷ পিচিওএছ বা পলিচিষ্টিক ওভেৰি চিনড্ৰোম যাৰ আছে তেওঁলোকৰ ওভেৰিয়ান চিষ্ট হোৱাৰ আশংকা বেছি৷ পিচিওএছত ওজন অতিৰিক্ত বাঢ়ি গলে সেই আশংকা বাঢ়ে৷

এণ্ডোমেট্ৰিওছিচ থাকিলেও চিষ্ট হোৱাৰ আশংকা থাকে৷ জৰায়ুৰ ভিতৰত এণ্ডোমেট্ৰিয়াম নামৰ এক স্তৰ থাকে৷ প্ৰত্যেক মাহত ঋতুস্ৰাৱৰ পাছত এই স্তৰ সন্তান ধাৰণৰ বাবে তৈয়াৰ হয়৷ সেই সময়কালত অন্তঃসত্ত্বা নহলে এণ্ডোমেট্ৰিয়াম লাইনিং ধীৰে ধীৰে খহি পৰে৷ ২৮ৰ পৰা ৩০ দিনৰ মাজত এণ্ডোমেট্ৰিয়াম জৰায়ুৰ পৰা খহি গলেই ঋতুস্ৰাৱ আৰম্ভ হয়৷ জৰায়ুৰ পৰা চিঙি অহাৰ বাবে ঋতুস্ৰাৱৰ দুই তিনিদিন পূৰ্বে তলপেটত অলপ বিষ হয়৷ কিন্তু যদি দেখা যায় জৰায়ুৰ ভিতৰৰ লগতে বাহিৰৰ ফালেও ফেলিপিয়ান টিউবত, কেতিয়াবা মলাশয়তো এণ্ডোমোট্ৰিয়াম স্তৰ তৈয়াৰ হয়৷ তেতিয়া তাৰ পৰাও ৰক্তপাত হৈ থাকে আৰু চিষ্ট হোৱাৰ আশংকা বাঢ়ে৷

হৰমন থেৰাপি যিসকলে লয় তেওঁলোকৰ জৰায়ুত চিষ্ট হোৱাৰ সম্ভাৱনা বেছি৷
ডায়বেটিছ আৰু উচ্চ ৰক্তচাপ আৰু মাহিলী ঋতুচক্ৰ অনিয়মিত হলে চিষ্ট হোৱাৰ সম্ভাৱনা বাঢ়ে৷
স্তনৰ কৰ্কটৰ ঔষধ খালে বা ৰেডিওথেৰাপি বা কেমোথেৰাপি লৈ থাকিলেও সেই আশংকা বাঢ়ে৷

ডিম্বাশয়ত চিষ্ট থাকিলে ডিম্বানু বাহিৰৰ ক্ষেত্ৰত সমস্যা হয়৷ ফলত গৰ্ভধাৰণত অসুবিধা হয়৷ অৱশ্যে ইয়াৰ চিকিৎসা আছে৷ ডিম্বাশয়ৰ চিষ্ট বিনাইন বা মেলিগনেন্ট জানিবলৈ চি এ ১২৫ তেজ পৰীক্ষা কৰা হয়৷ আলট্ৰাচাউণ্ডৰ মাধ্যমেৰে চিষ্টৰ পানী বাহিৰ কৰি লোৱা হয়৷ কৰ্কট হলে চাৰ্জাৰি কৰি চিষ্ট ওলিয়াই অনা হয়৷ চিষ্ট হলেই অস্ত্ৰোপছাৰ কৰিবই লাগিব বুলি কোনো কথা নাই৷ শৰীৰত বহু স্থানতেই চিষ্ট থাকে৷ সেইসমূহ শেষ কৰিবলৈ গলে হিতে বিপৰীতহে হব পাৰে৷ সেয়ে এইক্ষেত্ৰত ঔষধেৰেই পোনতে চিকিৎসা কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
Next Post
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.