• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

9 months ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

20 minutes ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

54 minutes ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

1 hour ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

2 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

2 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

10 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

10 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

11 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

11 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

12 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

13 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

editor by editor
November 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গান তেওঁৰ পেছা৷ কিন্তু মানবীয়তা তেওঁৰ ধৰ্ম৷ বলীউডৰ জনপ্ৰিয় গায়িকা পলক মুছলে কেৱল মেৰি আশিকি, কৌন তুঝে বা প্ৰেম ৰতন ধন পায়োৰ দৰে গীতেই নহয় এইবাৰ ইতিহাস গঢ়িছে এক অসাধাৰণ মানসিক কামৰ বাবে৷ ইন্দোৰৰ এই সংগীতশিল্পীৰ নাম এতিয়া গিনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অফ ৰেকৰ্ডছচো অন্তৰ্ভূক্ত হৈছে৷ গানৰ বাবে নহয়, তেওঁৰ অসাধাৰণ সমাজসেৱাৰ বাবে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে লিমকা বুক অফ ৰেকৰ্ডছত৷

পলকৰ নিজস্ব সংস্থা পলক-পলাশ চেৰিটেবল ফাউণ্ডেছনে ইতিমধ্যে ৩৮০০ৰো বেছি অসহায় শিশুৰ হৃদৰোগৰ অস্ত্ৰোপছাৰৰ খৰচ বহন কৰিছে৷ ভাৰতসহ বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ এই কামে বহু পৰিয়ালক দিছে নতুন জীৱন৷ সকলোবোৰ আৰম্ভ হৈছিল তেওঁৰ এটা স্মৃতিক লৈয়েই৷ সৰুতে এক অসাধাৰণ ট্ৰেন যাত্ৰাই পলকক দিছিল মানুহক সহায় কৰাৰ মানসিকতা৷ পলকে সেই যাত্ৰাত দেখিছিল যে কিছু শিশুৱে ট্ৰেইনৰ গান গাই ভিক্ষা কৰি আছে৷ সেই মুহূৰ্তত নিজৰ মতে তেওঁ প্ৰতিজ্ঞা কৰে, ‘এদিন মই এওঁলোকক সহায় কৰিম৷’ ডাঙৰ হৈ সেই নিজকে দিয়া প্ৰতিশ্ৰুতিৰ মৰ্যদা ৰাখিছে পলকে৷ তেওঁৰ প্ৰতিটো কনছাৰ্টৰ উপাৰ্জনৰ এটা অংশ আৰু নিজৰ ব্যক্তিগত সঞ্চয়ো তেওঁ দান কৰি আহিছে হৃদৰোগত আক্ৰান্ত শিশুৰ অস্ত্ৰোপচাৰৰ বাবে৷

তেওঁৰ মানবিয়তা কেৱল শিশুৰ মাজতেই সীমাবদ্ধ নহয়৷ কাশ্মীৰৰ কাৰ্গিল যুদ্ধৰ শ্বহিদ পৰিয়ালৰ কাষতো থিয় দিছিল তেওঁ৷ গুজৰাটৰ ভূমিকম্পৰ সময়ত ১০ লাখ টকা সাহায্য পুঁজিলৈ দান কৰিছিল পলকে৷ পলকৰ কাষত থিয় দি আছে তেওঁৰ স্বামী তথা সুৰকাৰ মিথুনেও৷ তেওঁলোকে দুয়োৱে দুয়োৰে পৰিপূৰক৷ মিথুনে এবাৰ এই সন্দৰ্ভত কৈছিল, ‘শ্ব’ নাথাকিলেও আয় নাথাকিলেও তেওঁলোকে এই কাম চলাই যোৱাৰ চেষ্টা কৰিব৷’ সেই কথাই এতিয়া তেওঁলোকৰ জীৱনদৰ্শন৷ তেওঁলোকে প্ৰতিসময়তে আজিও আওৰাই আছে মানৱতাৰ মন্ত্ৰ৷ সেইবাবেই আজি পলক মুচ্ছলৰ নাম লিমকা বুক অৱ ৰেকৰ্ডছত আহিছে৷ লগতে দেশবাসীয়েও পলকক পুনৰ এবাৰ নতুন পৰিচয়েৰে চিনি পাবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

August 11, 2026
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!
প্ৰযুক্তি

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

August 11, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

August 11, 2026
Next Post
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.