• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

2 years ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 minutes ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

58 minutes ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

1 hour ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

3 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

3 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

4 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

12 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

13 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

14 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

14 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

editor by editor
December 27, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যবিত্তক পৰিত্ৰাণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে আসন্ন বাজেটত অৰ্থাৎ ২০২৫-২০২৬ৰ বাৰ্ষিক বাজেটত ১৫ লাখ টকা পৰ্যন্ত উপাৰ্জনকাৰীক আয়কৰ কমাব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ এই খবৰ প্ৰকাশ কৰিছে ৰয়টাৰ্ছে৷ মন্থৰ প্ৰবৃদ্ধিৰ মাজত অৰ্থনীতিত ব্যৱহাৰ বঢ়োৱাৰ লক্ষ্য আগত ৰাখি এই পদক্ষেপ ল’ব পাৰে চৰকাৰে৷

ৰয়টাৰ্ছে জনাইছে যে ১ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ সমসাময়িকভাৱে এই সিদ্ধান্ত ল’ব পাৰে চৰকাৰে৷ বিশিষ্ট অৰ্থনীতিবিদসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নাগৰিকৰ বোজা কমাবলৈ আয়কৰৰ হাৰ কমোৱাৰ আহ্বান জনাইছে৷ মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আসন্ন বাজেটৰ বাবে তেওঁৰ মতামত আৰু পৰামৰ্শ শুনিবলৈ NITI আয়োগত বিশিষ্ট অৰ্থনীতিবিদ আৰু ছেক্টৰেল বিশেষজ্ঞসকলৰ সৈতে দেখা কৰিছিল৷

বৈঠকত অৰ্থনীতিবিদ আৰু খ্যাতনামা কেইবাগৰাকীও বিশেষজ্ঞই আসন্ন বাজেটত আয়কৰ কমাবলৈ শুল্ক যৌক্তিককৰণ আৰু ৰপ্তানি সমৰ্থন কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰী ২০২৫ত লোকসভাত ২০২৫-২০২৬ৰ বাজেট পেছ কৰাৰ কথা আছে৷ নিৰ্মলা সীতাৰমণে পূৰ্বে অৰ্থাৎ জুলাই মাহত ২০২৪-২০২৫ চনৰ শেষ বাজেটত আয়কৰ আইনৰ এটা ব্যাপক পৰ্যালোচনাৰ কথা ঘোষণা কৰিছিল৷

ইয়াৰ পৰিপ্ৰেক্ষিতত আয়কৰ বিভাগৰ প্ৰধান কমিছনৰ ভি কে গুপ্তাৰ নেতৃত্বত পৰ্যালোচনা কমিটি গঠন কৰা হৈছিল৷ ২০২৫-২৬ বাজেটৰ পূৰ্বে পেনেলে প্ৰতিবেদন জমা দিব বুলি আশা কৰা হৈছে৷ নতুন আই টি আইন, আসন্ন বাজেট অধিবেশনত উপস্থাপিত হোৱাৰ সম্ভাৱনা কম, কাৰ্ককৰ হ’বলৈ এবছৰতকৈ বেছি সময় লাগিবও পাৰে বুলি কেইবাটাও সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
Next Post
কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.