• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

9 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

9 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

10 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

10 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

11 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

12 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

13 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

13 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

14 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

14 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

15 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

editor by editor
November 14, 2024
in অসম, উত্তৰ-পূব
0
পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

পুনৰ আহিল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। এইবাৰ অৱশ্যে সম্পূৰ্ণ ৰাজ্যখনত নহয়, উত্তৰ-পূৱৰ ৰাজ্য মণিপুৰৰ ছটা থানা এলেকাত পুনৰ সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA) জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই আইনৰ অধীনত কোনো এলেকাক ‘অশান্ত’ বুলি ঘোষণা কৰি সেই এলেকাত এই বিশেষ আইন জাৰি কৰে। বিশেষকৈ উগ্ৰবাদীৰ উপদ্ৰব বৃদ্ধি পালে সেই উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে এই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন জাৰি কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক অধিসূচনাত কোৱা হৈছে যে মণিপুৰত চলি থকা জাতিগত হিংসা আৰু অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। যাতে সকলো সোনকালে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

আফছপা পুনৰ জাৰি কৰা অঞ্চলসমূহৰ ভিতৰত ইম্ফল পশ্চিম জিলাৰ ছেকমাই আৰু লামছাং; ইম্ফল পূৱ জিলাৰ লামছাই, জিৰিবাম জিলাৰ জিৰিবাম, কাংপকপি জিলাৰ লেইমাখং, বিষ্ণুপুৰ জিলাৰ মইৰাং অঞ্চল অন্তৰ্ভুক্ত।

মণিপুৰ চৰকাৰে ১ অক্টোবৰত ৰাজ্যৰ বেছিভাগ ঠাইতে আফছপা কাৰ্যকৰী কৰিছিল। কিন্তু সেই সময়ত ১৯টা থানা এলেকা ইয়াৰ বাহিৰত ৰখা হৈছিল, য’ত এই ছটা থানা এলেকাও আছিল। ইয়াৰ পাছতে গৃহ মন্ত্ৰালয়ে এই ছটা থানা এলেকাকো নতুন অধিসূচনাত অন্তৰ্ভুক্ত কৰে।

বৰ্তমানে আফছপাৰ বাহিৰত ৰখা ১৯টা থানা অঞ্চলৰ ভিতৰত ইম্ফল, লামফল, চিটি, সিঞ্জামেই, ছেকমাই, লামছাং, পাটছ’ই, ৱাংগোই, পোৰোমপাট, হাইংগাং, লামলাই, ইৰিলবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নামবোল, মৈৰাং, কাকচিং আৰু জিৰিবাম আদি অঞ্চল আছে।

উল্লেখ্য যে, বৰ্তমানে মণিপুৰত জাতিগত হিংসা আৰম্ভ হোৱাৰ পৰাই পৰিস্থিতি ভয়াৱহ হৈ আছে। বিগত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত ১১ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AFSPAmanipurnorth-eastSpecial Law
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
Next Post
সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

কাইলৈ কাৰ্তিক পূৰ্ণিমাত গজকেশৰী যোগ, ৫ ৰাশিৰ ঘৰলৈ আগমণ ঘটিব মা লক্ষ্মীৰ

কাইলৈ কাৰ্তিক পূৰ্ণিমাত গজকেশৰী যোগ, ৫ ৰাশিৰ ঘৰলৈ আগমণ ঘটিব মা লক্ষ্মীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.